Amar Bongaigaon

Website

Amar Bongaigaon Welcome to আমাৰ Bongaigaon Family — a platform created to bring the people of Bongaigaon closer together.

We promote local businesses, services, and events while strengthening our community network.
📣 Business advertisement bookings are now open.

24/09/2026

Good Morning Bongaigaigaon 🌞

22/09/2026

21/09/2026
21/09/2026

অসমৰ বাবে এক ঐতিহাসিক মুহূৰ্ত। আজি চন্দ্ৰপুৰত ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হ’ব। প্ৰজেক্ট NETRAৰ অংশ হিচাপে নিৰ্মাণ হ’বলগীয়া এই অত্যাধুনিক কেন্দ্ৰটোৱে মহাকাশত থকা বিভিন্ন উপাদানৰ গতিবিধি নিৰীক্ষণৰ লগতে ভাৰতৰ গুৰুত্বপূৰ্ণ মহাকাশ সম্পদসমূহ সুৰক্ষিত ৰখাৰ সক্ষমতা অধিক শক্তিশালী কৰিব।

এসময়ত ভাৰতৰ প্ৰধান প্ৰযুক্তি কেন্দ্ৰস্থলসমূহৰ পৰা বহু দূৰত বুলি বিবেচিত হোৱা অসমৰ ভূমিত আজি এনে অত্যাধুনিক ৰাষ্ট্ৰীয় আন্তঃগাঁথনি গঢ় লৈ উঠাটো আমাৰ সকলোৰে বাবে সঁচাকৈয়ে গভীৰ সন্তুষ্টিৰ বিষয়।

এই কৌশলগত ৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে অসমক বাছনি কৰাৰ লগতে ৰাজ্যখনক ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিৰ মানচিত্ৰত এক নতুন স্থান প্ৰদান কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
Himanta Biswa Sarma

🚨 ড্ৰাগছ নহয়, জীৱনক বাছি লওঁ! 💪❤️যুৱ প্ৰজন্মৰ সুৰক্ষা মানেই এখন সুস্থ আৰু শক্তিশালী সমাজৰ ভৱিষ্যৎ। আহক, ড্ৰাগছৰ বিৰুদ্ধ...
21/09/2026

🚨 ড্ৰাগছ নহয়, জীৱনক বাছি লওঁ! 💪❤️
যুৱ প্ৰজন্মৰ সুৰক্ষা মানেই এখন সুস্থ আৰু শক্তিশালী সমাজৰ ভৱিষ্যৎ। আহক, ড্ৰাগছৰ বিৰুদ্ধে সজাগ হওঁ আৰু আনকো সজাগ কৰোঁ। 🙏

🙏 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক জন্মোৎসৱ উপলক্ষে সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু সেৱা জনালোঁ। 🌸🪔তেখেতৰ ভক্তি, জ্ঞান ...
21/09/2026

🙏 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক জন্মোৎসৱ উপলক্ষে সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু সেৱা জনালোঁ। 🌸🪔
তেখেতৰ ভক্তি, জ্ঞান আৰু মানৱতাৰ বাণীয়ে আমাৰ সমাজক সদায় আলোকিত কৰি ৰাখক। ❤️

#শ্ৰীমন্তশংকৰদেৱ #জন্মোৎসৱ #মহাপুৰুষ #শংকৰদেৱ #অসমীয়া_সংস্কৃতি #অসম #ভক্তি ামধৰ্ম

19/09/2026

Address

Bir Chilaray Path
Bongaigaon
783380

Alerts

Be the first to know and let us send you an email when Amar Bongaigaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share