মন্দিৰা যোগীপাৰা নিছিলামাৰী ছাত্ৰ সন্থা

  • Home
  • India
  • Boko
  • মন্দিৰা যোগীপাৰা নিছিলামাৰী ছাত্ৰ সন্থা

মন্দিৰা যোগীপাৰা নিছিলামাৰী ছাত্ৰ সন্থা Mandira Jogipara Nichilamari Student Union

স্পষ্ট কথা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ সংগ্ৰাম অব্যাহত থাকিব।
12/10/2025

স্পষ্ট কথা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ সংগ্ৰাম অব্যাহত থাকিব।

নগৰবেৰাস্থিত কেন্দ্ৰীয় শ্বহীদ বেদীত অহাকালি প্ৰাণৰ শিল্পী গৰাকীৰ আদ্য শ্ৰাদ্ধৰ দিনটোত সমূহ ৰাইজৰ উপস্থিতি তথা সহায়-সহয...
30/09/2025

নগৰবেৰাস্থিত কেন্দ্ৰীয় শ্বহীদ বেদীত অহাকালি প্ৰাণৰ শিল্পী গৰাকীৰ আদ্য শ্ৰাদ্ধৰ দিনটোত সমূহ ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিয়ক!
27/09/2025

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিয়ক!

20/07/2025
শিক্ষাৰ দিশত আগবঢ়া কামৰূপৰ পশ্চিম প্ৰান্তত অৱস্থিত বৃহত্তৰ নগৰবেৰা অঞ্চলত ড্ৰাগছৰ প্ৰচলন, বিভিন্ন অপসংস্কৃতি আৰু সকলোবো...
09/07/2025

শিক্ষাৰ দিশত আগবঢ়া কামৰূপৰ পশ্চিম প্ৰান্তত অৱস্থিত বৃহত্তৰ নগৰবেৰা অঞ্চলত ড্ৰাগছৰ প্ৰচলন, বিভিন্ন অপসংস্কৃতি আৰু সকলোবোৰ আইন বিৰুদ্ধ কাৰ্য্যকলাপ ৰোধ কৰাৰ লগতে সম্পূৰ্ণ ৰূপত নিৰ্মূল কৰাৰ বাবে নগৰবেৰা আৰক্ষী থানাত উপস্থিত হৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ালৈ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ তৰফৰ পৰা পত্ৰ প্ৰেৰণ কৰোঁ।

আপোন পঢ়াশালি যোগীপাৰা প্ৰাথমিক বিদ্যালয়ত যোৱা ৪ জুলাই, ২০২৫ ইং তাৰিখে পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত এখনি বিশেষ কা...
06/07/2025

আপোন পঢ়াশালি যোগীপাৰা প্ৰাথমিক বিদ্যালয়ত যোৱা ৪ জুলাই, ২০২৫ ইং তাৰিখে পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত এখনি বিশেষ কাৰ্য্যনিবাহক সভা অনুষ্ঠিত হয়। উক্ত সভাখনত সভাপতিত্ব কৰে পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি মণিৰাম বৈশ্যই । সভাত পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক এগৰাকী বাচনি কৰা হয়। প্ৰাঞ্জল কলিতাক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে বাচনি কৰি দায়িত্ব অৰ্পণ কৰা হয়।

কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়লৈ অনুষ্ঠিত হোৱা বিশেষ কাৰ্য্যনিবাহক সভাখনত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দীপক পাঠক ডাঙৰীয়া, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক অকন কলিতা, পশ্চিম কামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিৰাজ কলিতা, আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি দীপজ্যোতি চৌধুৰী, মন্দিৰা যোগীপাৰা নিছিলামাৰী শাখা ছাত্ৰ সন্থাৰ সভাপতি ৰাতুল কলিতা আৰু আঞ্চলিক, শাখা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, সদস্য, সদস্যাসকলৰ লগতে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

Address

Boko

Website

Alerts

Be the first to know and let us send you an email when মন্দিৰা যোগীপাৰা নিছিলামাৰী ছাত্ৰ সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category