শ্ৰীমন্ত শংকৰগুৰু জাতীয় বিদ্যালয় তিনিসুঁতি

  • Home
  • India
  • Biswanath Chariali
  • শ্ৰীমন্ত শংকৰগুৰু জাতীয় বিদ্যালয় তিনিসুঁতি

শ্ৰীমন্ত শংকৰগুৰু জাতীয় বিদ্যালয় তিনিসুঁতি Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from শ্ৰীমন্ত শংকৰগুৰু জাতীয় বিদ্যালয় তিনিসুঁতি, School, Biswanath Chariali.

Our mission is to provide a transformative educational experience primarily in rural and remote areas that nurtures knowledge, creativity, and holistic development for students.

বিদ্যালয়ত নতুনকৈ যোগদান কৰা শিক্ষয়িত্ৰী শ্ৰীযুতা মায়া জ্যোতি দলে বাইদেউক প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ লগত চিনাকী...
02/04/2026

বিদ্যালয়ত নতুনকৈ যোগদান কৰা শিক্ষয়িত্ৰী শ্ৰীযুতা মায়া জ্যোতি দলে বাইদেউক প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ লগত চিনাকী কৰাই দিয়া মূহুৰ্ত। উল্লেখ থাকে যে এখেতসহ বিদ্যালয়খনত মুঠ তিনিগৰাকী BSc with D. El.Ed শিক্ষকৰ সান্নিধ্য পাব বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে।
দলে বাইদেউলৈ বিদ্যালয়ত স্বাগতম।

  🎂💐🎁🎉স্নেহৰ ছাত্ৰী,         কণমানি দূৰ্গা দেৱীৰ আজি জন্মদিন। দূৰ্গালৈ জন্মদিনৰ শুভেচ্ছা ও আশীৰ্বাদ থাকিল।              ...
24/03/2026

🎂💐🎁🎉
স্নেহৰ ছাত্ৰী,
কণমানি দূৰ্গা দেৱীৰ আজি জন্মদিন। দূৰ্গালৈ জন্মদিনৰ শুভেচ্ছা ও আশীৰ্বাদ থাকিল।
SSJB, TINISUTI

  🎂🎁🎉স্নেহৰ ছাত্ৰ,      গৌৰৱ জ্যোতি দাসলৈ জন্মদিনৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জীৱন বাটত সুনাগৰিক হৈ আগবাঢ়ি যোৱাৰ আশীৰ...
24/03/2026

🎂🎁🎉
স্নেহৰ ছাত্ৰ,
গৌৰৱ জ্যোতি দাসলৈ জন্মদিনৰ
অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জীৱন বাটত সুনাগৰিক হৈ আগবাঢ়ি যোৱাৰ আশীৰ্বাদ প্ৰদান কৰিলোঁ।

 স্নেহৰ ছাত্ৰী প্ৰকৃতি দেৱীয়ে নবোদয় বাছনি পৰীক্ষা পাছ কৰি নবোদয় বিদ্যালয়ত অধ্যয়ন কৰিবলৈ আসন পাইছে। প্ৰকৃতি দেৱী তিন...
17/03/2026


স্নেহৰ ছাত্ৰী প্ৰকৃতি দেৱীয়ে নবোদয় বাছনি পৰীক্ষা পাছ কৰি নবোদয় বিদ্যালয়ত অধ্যয়ন কৰিবলৈ আসন পাইছে।
প্ৰকৃতি দেৱী তিনিসুঁতি কালাহান্দী বস্তি নিবাসী শ্ৰীযুত লক্ষ্মণ গৌতম আৰু এইখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্ৰীযুতা সৰিতা দেৱীৰ জীয়ৰী।
বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা প্ৰকৃতি লৈ অভিনন্দন জনোৱাৰ লগতে আশীৰ্বাদ প্ৰদান কৰিলোঁ।

06/03/2026

Happy Birthday to Little Master Tejas. Stay Blessed always. 🎂🎉🎁

  🎁🎉🎂💐আজি  কণমানি স্নেহৰ ছাত্ৰী  #অনুষ্কা_দেৱীৰ জন্মদিন। সহপাঠী সকলৰ মাজত ছাত্ৰীগৰাকীৰ জন্মদিৱস উদযাপন কৰা হয় । জন্মদিন...
26/02/2026

🎁🎉🎂💐
আজি কণমানি স্নেহৰ ছাত্ৰী #অনুষ্কা_দেৱীৰ জন্মদিন। সহপাঠী সকলৰ মাজত ছাত্ৰীগৰাকীৰ জন্মদিৱস উদযাপন কৰা হয় । জন্মদিনৰ শুভেচ্ছা পত্ৰ অৰ্পণ কৰি আশীৰ্বাদ দিয়ে বিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্ৰীযুতা লিপিকা শৰ্মা বাইদেউৱে।
🎂💐

আজি অংকুৰ শ্ৰেণীৰ স্নেহৰ কণমানি ছাত্ৰী  #ছায়া_শইকীয়াৰ জন্মদিন। বিদ্যালয়ত জন্মদিন উদযাপন কৰা‌ৰ পিছত এনে পোজত দেখা গৈছে...
23/02/2026

আজি অংকুৰ শ্ৰেণীৰ স্নেহৰ কণমানি ছাত্ৰী
#ছায়া_শইকীয়াৰ জন্মদিন। বিদ্যালয়ত জন্মদিন উদযাপন কৰা‌ৰ পিছত এনে পোজত দেখা গৈছে।
HAPPY BIRTHDAY SAYA 🎁🎁

যিমানেই ভুল কৰিবা সিমানেই বেছি শিকিবা। এৰি দিব নালাগে।
20/02/2026

যিমানেই ভুল কৰিবা সিমানেই বেছি শিকিবা। এৰি দিব নালাগে।

  🎂🎂আজি বিদ্যালয়ৰ প্ৰাতঃ সভাত স্নেহৰ ছাত্ৰ শ্ৰী মান নোমল মিশ্ৰৰ জন্মদিন উদযাপন কৰা‌ হয়। বিদ্যালয় পৰিয়ালৰ  হৈ জন্মদিন...
13/02/2026

🎂🎂
আজি বিদ্যালয়ৰ প্ৰাতঃ সভাত স্নেহৰ ছাত্ৰ শ্ৰী মান নোমল মিশ্ৰৰ জন্মদিন উদযাপন কৰা‌ হয়। বিদ্যালয় পৰিয়ালৰ হৈ জন্মদিনৰ শুভেচ্ছা পত্ৰ আৰু আশীৰ্বাদ প্ৰদান কৰে বিদ্যালয়ৰ শিক্ষক শ্ৰীযুত ধনবাহাদুৰ ছেত্ৰী চাৰে।
Happy Birthday to Nomal 🎂🎉

  🎂🎂আজি বিদ্যালয়ৰ প্ৰাতঃ সভাত স্নেহৰ ছাত্ৰ শ্ৰীমান সুনীল দৈমাৰীৰ জন্মদিন উদযাপন কৰা‌ হয়। বিদ্যালয়ৰ হৈ জন্মদিনৰ শুভেচ্...
13/02/2026

🎂🎂
আজি বিদ্যালয়ৰ প্ৰাতঃ সভাত স্নেহৰ ছাত্ৰ শ্ৰীমান সুনীল দৈমাৰীৰ জন্মদিন উদযাপন কৰা‌ হয়। বিদ্যালয়ৰ হৈ জন্মদিনৰ শুভেচ্ছা পত্ৰ আৰু আশীৰ্বাদ প্ৰদান কৰে বিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্ৰীযুতা অনিতা তিমুংপী বাইদেৱে।
Happy Birthday to Sunil 🎂🎉

  🎂🎂আজি বিদ্যালয়ৰ প্ৰাতঃ সভাত স্নেহৰ ছাত্ৰ শ্ৰীমান ৰাঘৱ লামিছানেৰ জন্মদিন উদযাপন কৰা‌ হয়। বিদ্যালয়ৰ হৈ জন্মদিনৰ শুভেচ...
13/02/2026

🎂🎂
আজি বিদ্যালয়ৰ প্ৰাতঃ সভাত স্নেহৰ ছাত্ৰ শ্ৰীমান ৰাঘৱ লামিছানেৰ জন্মদিন উদযাপন কৰা‌ হয়। বিদ্যালয়ৰ হৈ জন্মদিনৰ শুভেচ্ছা পত্ৰ আৰু আশীৰ্বাদ প্ৰদান কৰে বিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্ৰীযুতা নন্দিতা দেৱী বাইদেৱে।
Happy Birthday to Raghav 🎂🎉

  🎂🎂আজি বিদ্যালয়ৰ প্ৰাতঃ সভাত স্নেহৰ ছাত্ৰী কুমাৰী মনীষা দেৱীৰ জন্মদিন উদযাপন কৰা‌ হয়। বিদ্যালয়ৰ হৈ জন্মদিনৰ শুভেচ্ছা...
11/02/2026

🎂🎂
আজি বিদ্যালয়ৰ প্ৰাতঃ সভাত স্নেহৰ ছাত্ৰী কুমাৰী মনীষা দেৱীৰ জন্মদিন উদযাপন কৰা‌ হয়। বিদ্যালয়ৰ হৈ জন্মদিনৰ শুভেচ্ছা পত্ৰ আৰু আশীৰ্বাদ প্ৰদান কৰে বিদ্যালয়ৰ শিক্ষক শ্ৰীযুত দেৱী প্ৰসাদ উপাধ্যায় চাৰে।
Happy Birthday to Manisha 🎂🎉

Address

Biswanath Chariali

Website

Alerts

Be the first to know and let us send you an email when শ্ৰীমন্ত শংকৰগুৰু জাতীয় বিদ্যালয় তিনিসুঁতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to শ্ৰীমন্ত শংকৰগুৰু জাতীয় বিদ্যালয় তিনিসুঁতি:

Shortcuts

Share

Category