GYAN VIKASH ACADEMY, SOOTEA

GYAN VIKASH ACADEMY, SOOTEA Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from GYAN VIKASH ACADEMY, SOOTEA, High School, Biswanath Chariali.

CHOTIYA GIRLS' HIGH SCHOOL. চন 1957ত স্থাপিত চতিয়াৰ এখন পুৰণি শিক্ষানুষ্ঠান। চতিয়া বালিকা উচ্চ মাধ্যমিক বিদ্যালয় বুলি নামকৰণ কৰা আছিল পূৰ্বতে। বৰ্তমান ল'ৰা আৰু ছোৱালী উভয়েই শিক্ষা গ্ৰহণ কৰে বাবে জ্ঞান বিকাশ একাডেমী , চতিয়া নামেৰে নামকৰণ কৰা হৈছে।

বিশ্ব পৰিৱেশ দিৱস
05/06/2026

বিশ্ব পৰিৱেশ দিৱস

বিশ্ব পৰিৱেশ দিৱস 2026
05/06/2026

বিশ্ব পৰিৱেশ দিৱস 2026

শিক্ষক - অভিভাৱকৰ সমন্বয়
25/05/2026

শিক্ষক - অভিভাৱকৰ সমন্বয়

জ্ঞান বিকাশ একাডেমীৰ শিক্ষক-কৰ্মচাৰীৰ তৰফৰ পৰা শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গদেৱৰ স্মৰণত 🙏
23/05/2026

জ্ঞান বিকাশ একাডেমীৰ শিক্ষক-কৰ্মচাৰীৰ তৰফৰ পৰা শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গদেৱৰ স্মৰণত 🙏

জননেতা তথা চতিয়া ৰত্ন , নদুৱাৰ সমষ্টিৰ মাননীয় বিধায়ক মহোদয় শ্ৰীযুত পদ্ম হাজৰিকাদেৱক জ্ঞান বিকাশ একাডেমী , চতিয়াৰ তৰ...
05/05/2026

জননেতা তথা চতিয়া ৰত্ন , নদুৱাৰ সমষ্টিৰ মাননীয় বিধায়ক মহোদয় শ্ৰীযুত পদ্ম হাজৰিকাদেৱক জ্ঞান বিকাশ একাডেমী , চতিয়াৰ তৰফৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰাৰ কিছু দৃশ্য।

বসন্ত উৎসৱ
12/04/2026

বসন্ত উৎসৱ

11/04/2026

বসন্ত উৎসৱ

আমাৰ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকললৈ আমাৰ তৰফৰ পৰা অশেষ শুভকামনা আৰু আশীষ প্ৰদান কৰিল...
11/04/2026

আমাৰ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকললৈ আমাৰ তৰফৰ পৰা অশেষ শুভকামনা আৰু আশীষ প্ৰদান কৰিলোঁ। তোমালোক সমাজৰ এজন সু-নাগৰিক হৈ নিজৰ নিজৰ জীৱনত সফল হৈ আগুৱাই যোৱা তাৰেই কামনা কৰিলোঁ। নিজৰ নিজৰ আকাশত একোটা ধ্ৰুৱতৰা হৈ জিলিকি উঠা তাৰেই হিয়াভৰা ওলগ যাচিলোঁ।

10/04/2026

Address

Biswanath Chariali

Website

Alerts

Be the first to know and let us send you an email when GYAN VIKASH ACADEMY, SOOTEA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to GYAN VIKASH ACADEMY, SOOTEA:

Shortcuts

Share

Category