14/06/2021
How to over come mental tension , Depresion & stress
1.পৰিয়াল লগতে নিজেও আনন্দত থাকিব ।
2.বাস্তব চিন্তা কৰিব আৰু অবাস্তব চিন্তা নকৰিব ।
3. নিয়মিতভাবে ধ্যান ,যোগা , ব্যায়াম আদি কৰিব ।
4.আনন্দত কাম কৰিব আৰু কামৰ মাজত জিৰণি লব ।
5.সামাজিক কামত মনোযোগ দিব আৰু অংশগ্রহণ কৰিব ।
6. অযথা খং নকৰিব ।
7. অকল আত্মস্বাৰ্থ চিন্তা নকৰিব ।
8, আনৰ মংগল কৰিব ।
9.মানুহক সন্দেহ নকৰিব ।
10.মাজে মাজে ফূৰিবলৈ যাব ।
11.অহেতুক চিন্তা , কল্পনা আদি নকৰিব ।
12. নিজৰ ওপৰত বিশ্বাস ৰাখিব ।
13. শান্ত থাকিব ।
14. খোৱা বোৱাত নতুনত্ব আনিব আৰু পৰিয়ালৰ লগত একেলগে খাব ।
15.কোনো অকাৰনতে মানসিক চাপ নলব ।
16. নিয়মিত আধ্যাত্মিক চিন্তা আৰু কর্ম কৰিব ।
17. নিয়মিতভাবে খেল ধেমালি কৰিব ।
18.পৰিয়ালক সময় দিব ।
19.দিনৰ কাম দিনতে শেষ কৰিব ।
20.পৰিস্কাৰ পৰিছন্ন থাকিব
আৰু সদাচাৰ পালন কৰিব ।
21. যোগ্যতা মতে কামৰ দায়িত্ব লব ।
22.আনৰ দোষ নিবিচাৰি গুণৰ আলোচনা কৰিব ।
23.বেছি তৰ্ক নকৰিব আৰু আত্মা অহংকাৰী হব ।
24.ক্ষমাশীল হব ।
25.প্ৰতিশোধ লোৱাৰ মনভাৱ ত্যাগ কৰিব ।
26.চাহিদা বৄদ্ধি নকৰিব ।
27.মনক সঠিক ভাবে চালিত কৰিব ।
28.হিংসা আৰু ঈৰ্ষা নাৰাখিব ।
29.সুচিন্তক হব ।
30.অতিৰিক্ত আশা নকৰিব ।
31.আত্মবিশ্বাস বঢ়াব ।
32.সমস্যাৰ মূল কাৰণ জানি সমাধান কৰিব ।
33.সুযোগ পালেই আত্মবিশ্লেষণ কৰিব ।
34.অন্তদৄষ্টি বৄদ্ধি কৰিব ।
35.কৰ্মপ্ৰেমী হব ।
36.ধৈৰ্যশক্তি বঢ়াব ।
37.উত্তেজনা আৰু উৎকণ্ঠাত নাথাকিব ।
38. মানুহৰ লগত সুসম্পর্ক ৰাখিব ।
39.সহজ আৰু স্বাভাবিক জীবন যাপন কৰিব ।
40. অতিৰিক্ত অহংবোধ আৰু গর্ববোধ নকৰিব ।
41.প্ৰবৃত্তিক সুনিয়ন্ত্ৰিত কৰিব ।
42.নেতিবাচক দৃষ্টিভংগী ত্যাগ কৰিব ।
43. কামৰ দায়িত্ব সমুহ অকলে নকৰি বিতৰণ কৰিব ।
44.গীত মাত আৰু হাঁহি তামছা আদি কৰিব ।
45.নেতিবাচক বন্ধুৰ সংগ নকৰিব ।
46. সুযোগ পালেই Tour কৰিব ।
47. মাজে মাজে পাৰ্ক আৰু ৰেষ্টুৰেণ্ট সময় কটাব ।
48.পৰোপকাৰ কৰিবলৈ চেষ্টা কৰিব ।
49.নিয়মিত সফল ব্যক্তিৰ জীৱনী পঢ়িব আৰু বিভিন্ন কিতাপ পড়িব ।
50.নিজৰ চৰিত্র , অভ্যাস , চাল চলন ,আচাৰ, ব্যবহাৰ আকর্ষণীয় কৰিব ।
51.সকলোৰে লগত সন্মানজনক দূৰত্ব বজাই ৰাখিব ।
52. আদৰ্শকেন্দ্রিক হবলৈ চেষ্টা কৰিব ।
KCDas.PGDPC.Bijni .