Panchagram Ras Mahotsav #পঞ্চগ্ৰাম ৰাস মহোৎসৱ

  • Home
  • India
  • Barpeta
  • Panchagram Ras Mahotsav #পঞ্চগ্ৰাম ৰাস মহোৎসৱ

Panchagram Ras Mahotsav #পঞ্চগ্ৰাম ৰাস মহোৎসৱ পঞ্চগ্ৰাম ৰাস মহোৎসৱ

Panchagram Ras Mahotsav #পঞ্চগ্ৰাম ৰাস মহোৎসৱৰ বিষয়ে চুমু বিবৰণী
পঞ্চগ্ৰাম ৰাস মহোৎসৱৰ উৎপত্তি ১৯৩৭ চনত সৰূক্ষেত্ৰী হাইস্কুলৰ ওচৰত হৈছিল। এই ৰাস মহোৎসৱ পাচ খন গাঁও লগ হৈ উদযাপন কৰে। সেই গাঁও কেইখন নাম হৈছে লছিমা, বেঙাপাৰা, বনিয়াকুছি, হালধিবাৰী, কামাৰপাৰা। পাচখন গাঁওই লগ হৈ উদযাপন কৰা কাৰনে ইয়াক পঞ্চগ্ৰাম বুলি কোৱা হয়।

18/09/2026
12/09/2026
03/09/2026

🔥⚽ প্ৰথমখন ছেমিফাইনেলৰ ৰোমাঞ্চকৰ যুঁজ! ⚽🔥

🏆 ছেমিফাইনেল – ১ 🏆

তাৰিখ: ৪ ছেপ্টেম্বৰ, ২০২৬
সময়: বিয়লি ৩:৩০ বজাত
📍 স্থান: সৰুক্ষেত্ৰী হাই স্কুল খেলপথাৰ

⚔️ মিলিযুলি বেঙাপাৰা FC 🆚 পশ্চিম লছিমা FC ⚔️

দুয়োটা শক্তিশালী দলৰ মাজত অনুষ্ঠিত হ’ব ছেমিফাইনেলৰ এক ৰোমাঞ্চকৰ আৰু প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেল।
আপোনালোক সকলোৰে উপস্থিতি, মৰম আৰু উৎসাহে খেলুৱৈসকলক অধিক উৎসাহিত কৰিব। ❤️⚽

সেয়ে সকলো ক্ৰীড়াপ্ৰেমী ৰাইজক খেলপথাৰত উপস্থিত থাকি খেলখন উপভোগ কৰিবলৈ আন্তৰিকভাৱে আহ্বান জনালোঁ। 🙏

ধন্যবাদ।
— পঞ্চগ্ৰাম যুৱ ক্লাব

31/05/2026
অহা বছৰ পঞ্চগ্ৰাম ৰাস মহোৎসৱত ৰাজমুকুট থিয়েটাৰৰ বিশেষ আয়োজন
11/11/2025

অহা বছৰ পঞ্চগ্ৰাম ৰাস মহোৎসৱত
ৰাজমুকুট থিয়েটাৰৰ বিশেষ আয়োজন

10/11/2025

Zubeen dar সমাধি স্থল বনিয়াকুচি ৰাসত ।

08/11/2025

পঞ্চগ্ৰাম ৰাস মহোৎসৱ, বনিয়াকুছিত আজি নিশা নাট প্ৰদৰ্শন কৰিব
পাঞ্চজন্য নাট্য সমাজ, পঞ্চগ্ৰামে Bipul Kumar Das Himangshu Barman Bhudev Barman
"মাজ নিশাৰ ধুমুহা" ।




#পঞ্চগ্ৰাম_ৰাস_মহোৎসৱ_বনিয়াকুছিত

06/11/2025

Address

Panchagram Ras Mahotsav, Baniyakuchi, (Lachima, Bengapara, Baniyakuchi, Haldhibari & Kamarpara)
Barpeta
781307

Alerts

Be the first to know and let us send you an email when Panchagram Ras Mahotsav #পঞ্চগ্ৰাম ৰাস মহোৎসৱ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Panchagram Ras Mahotsav #পঞ্চগ্ৰাম ৰাস মহোৎসৱ:

Shortcuts

Share

Category