Barnagar College ABVP Unit

  • Home
  • Barnagar College ABVP Unit

Barnagar College ABVP Unit Student Organisation

09/10/2024
আজি বৰনগৰ মহাবিদ্যালয়ৰ পঞ্চম সাম্নাষিকৰ সাধাৰণ বিষয়ৰ শিক্ষাৰ্থী সকলৰ শ্ৰেণী সমূহৰ মাজত থকা সময়ৰ ব্যৱধানৰ বাবে হৈ অহা ...
30/09/2022

আজি বৰনগৰ মহাবিদ্যালয়ৰ পঞ্চম সাম্নাষিকৰ সাধাৰণ বিষয়ৰ শিক্ষাৰ্থী সকলৰ শ্ৰেণী সমূহৰ মাজত থকা সময়ৰ ব্যৱধানৰ বাবে হৈ অহা অসুবিধা সমূহ অতি শীঘ্ৰে সমাধান কৰিবলৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ABVP), বৰনগৰ মহাবিদ্যালয় গোটৰ তৰফৰ পৰা মাননীয় অধ্যক্ষ মহোদয়ৰ ওচৰত এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়॥




Address

Barnagar College, Sorbhog

Telephone

+916000985300

Website

Alerts

Be the first to know and let us send you an email when Barnagar College ABVP Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your school to be the top-listed School/college?

Share