S.R.Rafiq India

S.R.Rafiq India Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from S.R.Rafiq India, Education, Barpeta Road.

শুভ আবেলি 💞
29/09/2025

শুভ আবেলি 💞

16/07/2024
Absolutely 💯 true 👍 spece.
10/01/2023

Absolutely 💯 true 👍 spece.

19/10/2021

"সকলোকে পঢ়িবলৈ আহ্বান জনাইছো"
"শিলাদিত্য তুমিও সময় পালে অলপ কোৰআন , হাদিছ অধ্যয়ন কৰিবা"

মোৰ মনত ভেদভাৱ নাই অ আল্লাহ,,,,, ,,,,,,, হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান।

একি বিনতে দুইটি কুসুম হিন্দু মুছলমান,
মুছলিমে তাহাৰ নয়ন মনি,
হিন্দু তাহাৰ প্ৰাণ।

মই আচল ৰহস্য বুজি পোৱা নাই ,
সকলো ঠাইতেই ভাল বেয়া গুনৰ মানুহ থাকেই। মানুহে বেয়াক বেয়া ,ভালক ভাল বুলি কোৱাৰ সাহস কিয় হেৰুৱাই? 🤔🤔

হজৰত মহম্মদ (ছা:)ৰ আদৰ্শ অনুসৰণ কৰো সেয়ে কও আমি অভদ্ৰক ভদ্ৰতাৰে, অসভ্যক সভ্যতাৰে, মূৰ্খক শিক্ষাৰে প্ৰতিত্তৰ দিয়া উচিত।
কাৰন মহম্মদ (ছা)এ কৈছে জ্ঞানবোধক কথা আৰু সৎ কৌশলেৰে মানুহক দাৱাত(মাতা) দিয়া।
যিসকলে হিন্দু সকলৰ মন্দিৰ অন্যায়ভাবে ভাঙি নিজকে সত্যবাদী মুসলমান বুলি ভাবি আছে সেই সকলৰ বিষয়ত পবিত্র কোৰআনত কঠিন ধমকি আহিছে ।

👉 মুহাম্মদ (ছা.) কৈছে , ‘যি সকলে মানুহক সাম্প্রদায়িকতাৰ পিনে মাতে, সাম্প্রদায়িকতাৰ বাবে যুদ্ধ কৰে, সংগ্রাম কৰে আৰু জীবন উৎসর্গ কৰে সেই সকল আমালোকৰ (উম্মত) দলভুক্ত নহয়। ’ (-সুনানে আবু দাউদ : ৫১২৩)

👉 আল্লাহ তায়ালাই ইৰশাদ কৰিছে- ‘ধর্মৰ মাজত কোনো জোৰজবৰদস্তি নাই।
ভ্রান্ত মত ও পথক সঠিক মত ও পথৰ পৰা বাচি বাচি বেলেগ কৰি দিয়া হৈছে।
’ (-ছুৰা বাকাৰা :২৫৬)

👉 গতিকে ‘তোমালোকৰ ধৰ্ম তোমালোকৰ বাবে , আমালোকৰ ধর্ম আমালোকৰ বাবে। ’ (-ছুৰা কাফিৰুন : ৫)

[এজনে ধর্ম পালন কৰিবলৈ গৈ কোনোবাই যেন কোনোৰূপ সীমা লঙ্ঘন নকৰে । অন্য কোনোবাই যদি ধর্ম লৈ সীমালঙ্ঘন কৰিও পেলাই তেন্তে ভুলতেও যেন কোনো প্ৰকৃত মুছলমানে এই ধৰনৰ জগন্য কৰ্মত নিজকে সম্পৃক্ত নকৰে।]

👉 আল্লাহতায়ালাই ইৰশাদ কৰিছে -‘হে ঈমানদাৰ সকল! তেওলোকে আল্লাহক স্মৰন নকৰি যি সব দেবদেবীৰ পূজা-উপাসনা কৰে, তোমালোকে তেওঁলোকক গালি গালাজ নিদিবা।
যাৰ কাৰেন তেওলোক শিৰকৰ পিনে আৰু অগ্ৰসৰ হয়, অজ্ঞতাবশত আল্লাহকে গালি দি দিয়ে ।
’ (-সূরা আনআম: ১০৮)

[যি ধৰ্মৰ বানীত অইন ধৰ্মৰ দেবতাক গালি গালাজ দিয়া নিষিদ্ধ , সেই ধৰ্মত মন্দিৰ ভাঙচুৰ ও মানুহ হত্যা কেনেকৈ বৈধ হব পাৰে ? 😓😓😓
এজন প্রকৃত মুসলমান কেতিয়াও ভিন্ন ধর্মাবলম্বী সকলৰ অনুভূতিত আঘাত হব পৰা এনে কোনো কামেই কৰিব নোৱাৰে ।]

👉 মহম্মদ (সা.) কৈছে-;, ‘কোনো মুসলমান যদি ভিন্ন ধর্মাবলম্বী সকলৰ অধিকাৰ ক্ষুন্ন কৰে কিংবা তেওলোকৰ ওপৰত জুলুম (অত্যাচাৰ কৰে , তেনেহলে কেয়ামতৰ দিনা আমি মুহাম্মদ (ছা) সেইজন মুছলমানৰ বিৰোদ্ধে আল্লাহৰ আদালতত কাজিয়া(যুক্তি তৰ্ক কৰিম)। ’ (–সুনানে আবু দাউদ : ৩০৫২)

👉 তেখেতে আৰু ইৰশাদ কৰিছে, ‘অন্যায়ভাবে কোনো অমুসলিমক হত্যাকাৰী জান্নাতৰ সুঘ্রাণো নাপায় ।
অথচ চল্লিছ বছৰৰ ৰাস্তাৰ দূৰত্বৰ পৰাই সেই ঘ্রাণ পোৱা যাব। ’ (–সহিহ বোখাৰী : ৩১৬৬)

👉 অইন বর্ণনাত আহিছে, ‘যি ব্যক্তি কোনো অমুসলিমক অন্যায়ভাবে হত্যা কৰে আল্লাহতায়ালা তেওৰ কাৰনে জান্নাত হাৰাম কৰি দিব।। ’

(সুনানে নাসাঈ : ৪৭৪৭))

👉 নবী সলুল্লাহ (ছা;.) ও খোলাফায়ে ৰাশিদীনৰ নিয়ম আছিল-
যেতিয়াই কোনো সেনাবাহিনী প্রেৰণ কৰাৰ প্রয়োজন আছিল, তেতিয়াই যুদ্ধ সম্পর্কিত বিভিন্ন নছিহত উপদেশ , দিশ নির্দেশনাৰ পাশাপাশি এই কথা নিশ্চয় কৈ দিলে হেতেন যে, ‘যুদ্ধকালীন সময়ত বা যুদ্ধৰ পিছত অমুসলিম সকলৰ কোনো -উপাসনালয় ভাঙি নেপেলাবা।

( ’ -মুসান্নাফ আবি শায়বা : ৩৩৮০)

✍✍ 🤔🤔 🙏🙏

03/07/2020
03/07/2020

উত্তম সন্তান পাবলৈ হলে উত্তম পিতৃ হোৱাৰ প্ৰয়োজন.🙏🙏

26/06/2020

Address

Barpeta Road
781308

Website

Alerts

Be the first to know and let us send you an email when S.R.Rafiq India posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category