National Board of Computer Education

National Board of Computer Education National Board of Computer Education is An Approved Facilitation Centre of NIELIT & Authorized Study Centre of The NIESBUD Ministry of MSME Govt. of India.

Happy teachers day to all teachers
05/09/2022

Happy teachers day to all teachers

Wish you very happy 75th independence day
15/08/2022

Wish you very happy 75th independence day

02/05/2022
Best of luck to all HSLC examiner
14/03/2022

Best of luck to all HSLC examiner

গণৰাজ্য দিৱস উৎযাপন
26/01/2022

গণৰাজ্য দিৱস উৎযাপন

সকলোকে ঈদ- উল ফিতৰৰ শুভেচ্ছ জনালো।       ঈদ- উল ফিতৰপশ্চিম আকাশৰ সোণালী কাচিজোনেআনিলে খবৰ ঈদৰ মহানন্দৰ, পাৰ হ'ল মাহযোৰা ...
25/05/2020

সকলোকে ঈদ- উল ফিতৰৰ শুভেচ্ছ জনালো।

ঈদ- উল ফিতৰ

পশ্চিম আকাশৰ সোণালী কাচিজোনে
আনিলে খবৰ ঈদৰ মহানন্দৰ,
পাৰ হ'ল মাহযোৰা কঠিন ৰোজাৰ ব্ৰত
নিষ্পাপ হোৱাৰ আশা সাধকৰ চিত,
এহেজাৰ মাহতকৈও উত্তম লাইলাতুল কদৰ,
খোদা ভক্ত প্ৰকৃত উম্মতৰ পলাল ভাগৰ
ধনীয়ে বিলালে জাকাত,ফিতৰ,উছৰ্গা
ভোকাতুৰ,গৰীব,মাউৰাক
এয়া যে ইছলামী বাণী সাম্য,শান্তি একতাৰ
গোছলৰ পিছত নৱ বেশভূষা,আতৰ,সুৰমা
দলে দলে তকবীৰ দি "আল্লাহুআকবাৰ আল্লাহুআকবাৰ লা ইলাহা ইল্লালাহু আল্লাহুআকবাৰ আল্লাহুআকবাৰ ওৱালিলাহিল হাম্দ্" ভৰি গ'ল ঈদগাহ
ধনী-দুখী,পাপী-তাপী হৈ একাকাৰ
মূৰ দোৱাই কৰিছে সেৱা মহান আল্লাৰ,
হিংসা-দ্বেষ,লোভ-মোহ কৰি পৰিহাৰ
আমিন ,আমিন বুলি দুহাত তুলি
উছুপি কৰিছে দোৱা মানৱ মুক্তিৰ।

Address

Barpeta Road, Ward No-2, Po/Barpeta Road, Near Barpeta Road Jame Maszid
Barpeta Road
781315

Opening Hours

Monday 9am - 7pm
Tuesday 9am - 7pm
Wednesday 9am - 7pm
Thursday 9am - 7pm
Friday 9am - 7pm
Saturday 9am - 7pm

Telephone

+917002515293

Alerts

Be the first to know and let us send you an email when National Board of Computer Education posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category