বৰবৰী শাখা ছাত্ৰ সন্থা।

  • Home
  • India
  • Barama
  • বৰবৰী শাখা ছাত্ৰ সন্থা।

বৰবৰী শাখা ছাত্ৰ সন্থা। Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from বৰবৰী শাখা ছাত্ৰ সন্থা।, Education Website, Barama.

22/10/2025

বৰবৰী শাখা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ বাস্কা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মনোজ হালৈৰ পিতৃ ...
21/10/2025

বৰবৰী শাখা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ বাস্কা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মনোজ হালৈৰ পিতৃ শৰৎ হালৈৰ মৃত্যুত আমি অতিকৈ মৰ্মাহত হৈছোঁ। বৰবৰী শাখা ছাত্ৰ সন্থাৰ তৰফৰ পৰা মনোজ হালৈৰ লগতে পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

(বিঃদ্ৰঃ- উক্ত চিত্ৰ খন বৰবৰী শাখা ছাত্ৰ সন্থাৰ বিষয় ববিয়া সকলে শোকবাৰ্তা প্ৰদান কৰা সময়ৰ । )

Manoj Haloi

বৰবৰী শাখা ছাত্ৰ সন্থা।

আটাইলৈ কাতি বিহুৰ  ওলগ জনালোঁবৰবৰী শাখা ছাত্ৰ সন্থা।
18/10/2025

আটাইলৈ কাতি বিহুৰ ওলগ জনালোঁ
বৰবৰী শাখা ছাত্ৰ সন্থা।

14/10/2025

ছাত্ৰ সন্থাই অংশ নলয় SIT ৰ আলোচনাত।


-Utpal Sarma

সমূহ ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ।জুবিন গাৰ্গৰ ন্যায় লাগিবই।। All Assam Students' Union - AASU
12/10/2025

সমূহ ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ।
জুবিন গাৰ্গৰ ন্যায় লাগিবই।।


All Assam Students' Union - AASU

স্পষ্ট কথা- ন‍্যায়ৰ বাবে সংগ্ৰাম অব‍্যাহত থাকিব।


-Utpal Sarma

ন্যায় লাগিবই।All Assam Students' Union - AASU All Assam Students' Union - AASU বৰবৰী শাখা ছাত্ৰ সন্থা।
26/09/2025

ন্যায় লাগিবই।

All Assam Students' Union - AASU

All Assam Students' Union - AASU

বৰবৰী শাখা ছাত্ৰ সন্থা।

All Assam Students' Union - AASUবৰবৰী শাখা ছাত্ৰ সন্থা।
25/09/2025

All Assam Students' Union - AASU
বৰবৰী শাখা ছাত্ৰ সন্থা।

জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি কালিলৈ সন্ধিয়া অসমৰ প্ৰতিখন জিলা সদৰত সদৌ অসম ছাত্ৰ সন্থাই মম লৈ সমদল কাৰ্যসূচী ৰূপায়ন কৰিব।



Utpal Sarma
Samiran Phukon - সমীৰণ ফুকন

🙏🙏
22/09/2025

🙏🙏

Address

Barama

Website

Alerts

Be the first to know and let us send you an email when বৰবৰী শাখা ছাত্ৰ সন্থা। posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to বৰবৰী শাখা ছাত্ৰ সন্থা।:

Shortcuts

Share