Nakachari Higher Secondary School - নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়

  • Home
  • Nakachari Higher Secondary School - নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়

Nakachari Higher Secondary School - নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় Nakachari Higher Secondary School is a School in Jorhat District with pre-primary to Higher Secondary in the same campus. It has Arts and Science for HS.

বিদ্যালয়ত শিশু দিৱস উদযাপন...
14/11/2024

বিদ্যালয়ত শিশু দিৱস উদযাপন...

Flag Hosting in 78th Independence Day in Nakachari Higher Secondary School - নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়  15th Augu...
15/08/2024

Flag Hosting in 78th Independence Day in Nakachari Higher Secondary School - নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়
15th August'24.

শিক্ষা সপ্তাহৰ পঞ্চম দিন দক্ষতা আৰু ডিজিটেল উদ্যোগ দিৱসৰ কাৰ্যসূচীত যুৱ উদ্যমী অংশুমিতা গগৈৰ বক্তৃতা অনুষ্ঠান। ০৯/০৮/২০২...
10/08/2024

শিক্ষা সপ্তাহৰ পঞ্চম দিন দক্ষতা আৰু ডিজিটেল উদ্যোগ দিৱসৰ কাৰ্যসূচীত যুৱ উদ্যমী অংশুমিতা গগৈৰ বক্তৃতা অনুষ্ঠান।

০৯/০৮/২০২৪

নিযুত মইনা আচঁনিৰ প্ৰ-পত্ৰ বিতৰণ অনুষ্ঠান। উপস্থিত থাকে মৰিয়নি সমষ্টিৰ বিধায়ক, মৰিয়নি চক্ৰ বিষয়া, বিদ্যালয়ৰ অধ্যক্ষ...
10/08/2024

নিযুত মইনা আচঁনিৰ প্ৰ-পত্ৰ বিতৰণ অনুষ্ঠান।
উপস্থিত থাকে মৰিয়নি সমষ্টিৰ বিধায়ক, মৰিয়নি চক্ৰ বিষয়া, বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকল।
তাং- ০৯/০৮/২০২৪

আজি নিযুত মইনা উদ্বোধনী অনুষ্ঠানৰ লাইভ টেলিকাষ্ট অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰীসকল।
08/08/2024

আজি নিযুত মইনা উদ্বোধনী অনুষ্ঠানৰ লাইভ টেলিকাষ্ট অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰীসকল।

বিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ কিছু দৃশ্যাংশ...০৭/০৮/২০২৪
07/08/2024

বিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ কিছু দৃশ্যাংশ...
০৭/০৮/২০২৪

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কিংশুক, মৰিয়নিৰ সহযোগত বিদ্যালয়ত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰ কিছু মূ...
22/07/2024

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কিংশুক, মৰিয়নিৰ সহযোগত বিদ্যালয়ত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰ কিছু মূহুৰ্ত।

২৯ জুন তাৰিখে যোৰহাট দিৱস উপলক্ষে গ্ৰন্থদান উৎসৱত শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলৰ গ্ৰন্থ দানৰ কিছু আলোকচিত্ৰ।
30/06/2024

২৯ জুন তাৰিখে যোৰহাট দিৱস উপলক্ষে গ্ৰন্থদান উৎসৱত শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলৰ গ্ৰন্থ দানৰ কিছু আলোকচিত্ৰ।

Address

Nakachari, Mariani, Jorhat, Assam

785635

Opening Hours

Monday 09:00 - 15:30
Tuesday 09:00 - 15:30
Wednesday 09:00 - 15:30
Thursday 09:00 - 15:30
Friday 09:00 - 15:30
Saturday 09:00 - 15:30

Website

Alerts

Be the first to know and let us send you an email when Nakachari Higher Secondary School - নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your school to be the top-listed School/college?

Share