Ananta Academy Sr. Sec. School, Jalah & USA, Jalah

Ananta Academy Sr. Sec. School, Jalah & USA, Jalah দৃষ্টি থাকিলে লক্ষ্য নেহেৰুৱায়

শিশু নাট "শ্বহীদৰ ডাক" মঞ্চস্থ
15/08/2026

শিশু নাট "শ্বহীদৰ ডাক" মঞ্চস্থ

  🇮🇳🇮🇳🇮🇳 (USA)_Jalah #2026
15/08/2026

🇮🇳🇮🇳🇮🇳
(USA)_Jalah
#2026

সকলোৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ ।
13/08/2026

সকলোৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ ।

আজিৰ নাট্য আখৰা
02/08/2026

আজিৰ নাট্য আখৰা

01/08/2026

নৃত্য আখৰা

31/07/2026
এনেদৰে এতিয়া প্ৰতিদিনেই নাটকৰ আখৰাত ব্যস্ত কণ-কণ ছাত্ৰ-ছাত্ৰীসকল।
31/07/2026

এনেদৰে এতিয়া প্ৰতিদিনেই নাটকৰ আখৰাত ব্যস্ত কণ-কণ ছাত্ৰ-ছাত্ৰীসকল।

গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশ আৰু শৈক্ষিক আগ্ৰহ বৃদ্ধিৰ উদ্দেশ্যে অনুষ্ঠিত কৰা কৰ্মশালাৰ আজি সামৰণি ...
30/07/2026

গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশ আৰু শৈক্ষিক আগ্ৰহ বৃদ্ধিৰ উদ্দেশ্যে অনুষ্ঠিত কৰা কৰ্মশালাৰ আজি সামৰণি পৰে।

সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বাক্সা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মঃ জেহেৰুল ইছলাম ছাৰ (Mohd Jeherul Islam)

আজিয়েই গ্ৰীষ্ম বন্ধত ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাত শ্ৰেণী অনুযায়ী শ্ৰেষ্ঠত্ব অৰ্জন কৰা সকলক পুৰস্কৃত কৰা হয়।

সমগ্ৰ অনুষ্ঠানৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে শিক্ষাবন্তি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুবোধ চন্দ্ৰ শৰ্মা। (Subodh Chandra Sarma)

নাটকৰ আখৰা অব্যাহত
29/07/2026

নাটকৰ আখৰা অব্যাহত

অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, জালাহ আৰু উপেন্দ্ৰ স্ক'লাৰ্চ একাডেমী (USA), জালাহৰ যুটীয়া শিক্ষক-অভিভাৱক সন্মিল...
29/07/2026

অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, জালাহ আৰু উপেন্দ্ৰ স্ক'লাৰ্চ একাডেমী (USA), জালাহৰ যুটীয়া শিক্ষক-অভিভাৱক সন্মিলন সম্পন্ন।

পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপক, সাহিত্যিক পেঞ্চনাৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামী ছাৰ।

Address

Jalahghat, Baksa(B. T. R)
Assam
781327

Website

Alerts

Be the first to know and let us send you an email when Ananta Academy Sr. Sec. School, Jalah & USA, Jalah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category