Dr. APJ Abdul Kalam Academy, Tupamari

Dr. APJ Abdul Kalam Academy, Tupamari Good qualified Teacher's Teaching staff

30/10/2025
দোৱা কৰিব সকলোৱে আমাৰ ছাৰৰ কাৰনে 🤲🤲🤲
19/08/2025

দোৱা কৰিব সকলোৱে আমাৰ ছাৰৰ কাৰনে 🤲🤲🤲

🖊️📝শৈক্ষিক সংবাদ _ _ _ _  শৈক্ষিক সংবাদ 🖋️📝ড° এ, পি, জে,‍ আব্দুল কালাম একাডেমী, টুপামাৰী।পো- টুপামাৰী। জিলা- কামৰূপ, অসম...
15/03/2025

🖊️📝শৈক্ষিক সংবাদ _ _ _ _ শৈক্ষিক সংবাদ 🖋️📝
ড° এ, পি, জে,‍ আব্দুল কালাম একাডেমী, টুপামাৰী।
পো- টুপামাৰী। জিলা- কামৰূপ, অসম
2007 চনত হোৱা একাডেমী
দশম শ্ৰেণীলৈ গুণগত শিক্ষা আৰু উন্নত ফলাফল প্ৰদৰ্শণ কৰি আছে। @2023-2024 শিক্ষা বৰ্ষৰ পৰা অভিজ্ঞ শিক্ষকৰ দ্বাৰা কলা শাখাত একাদশ শ্ৰেণীৰ পাঠদান চলি আছে।
এই বেলি সকলো শুভাকা;শীৰ শুভ কামনা আৰু পূৰ্ণ সহযোগীতা আন্তৰিকতাৰে কামনা কৰিছোঁ । ধন্যবাদ
পৰিচালক সঞ্চালক
1. চুলতান মহম্মদ
2. ৰফিকুল ইছলাম

15/03/2025
📚📖📚🖋️🖊️
25/02/2025

📚📖📚🖋️🖊️

📚📖📔
09/01/2025

📚📖📔

31/12/2024

সমূহ অসমবাসী ৰাইজলৈ নতুন বছৰৰ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জনালোঁ।
এই নৱবৰ্ষ মানেই নতুন আশা ,এক নতুনৰ আৰম্ভনি ।
সময়ে পোহৰাই তোলক ‍ সম্ভাৱনাৰ সকলো দুৱাৰ।
আশা বতৰা কঢ়িয়াই
২০২৫ বৰ্ষৰ আগমনৰ
শুভ কামনাৰে।
ড° এ. পি. জে. আব্দুল কালাম একাডেমী। টুপামাৰী।

🎊Happy New Year 🎊

31/12/2024

I wish you all a very happy and prosperous New Year. This New Year means new hope ,a new beginning. May time illuminate all the doors of possibility. It carries a message of hope The year 2025 is coming With best wishes.
Dr. A.P. J. Abdul Kalam Academy. Topamari.
🎊Happy New Year 🎊
🌹🌹🥀🥀🍀🍀🌺🌺🌺

Address

Tupamari
Assam

Website

Alerts

Be the first to know and let us send you an email when Dr. APJ Abdul Kalam Academy, Tupamari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category