Burunga Bazar High School - Sr. Madrassa

Burunga Bazar High School - Sr. Madrassa Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Burunga Bazar High School - Sr. Madrassa, High School, Burunga Tali, Hojai, Assam.

Modified Time Table for Half Yearly Examination 2025-26, for Class VI to Xশ্বেয়াৰ কৰক
22/09/2025

Modified Time Table for Half Yearly Examination 2025-26, for Class VI to X

শ্বেয়াৰ কৰক

09/09/2025

বুৰুঙ্গা বাজাৰ হাই স্কুলৰ Academic Incharge ৰ‌ দায়িত্ব অৰ্পণ বিদ্যালয় খনৰ শিক্ষক আফজল হুছেইনক।‌
আজি আনুষ্ঠানিক ভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে শিক্ষক আফজল হুছেইনে।

29/01/2025

Road safety awareness program in our school.

26/01/2023
25/01/2023

নিচামুক্ত ভাৰত অভিযানত বুৰুঙ্গা বজাৰ উচ্চ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে লোৱা সংকল্প।

13/08/2022



ঘৰে ঘৰে জাতীয় পতাকা। Prabhat Phery and assembly by the teachers and students of Burunga Bazar High School (Senior Madra...
11/08/2022

ঘৰে ঘৰে জাতীয় পতাকা।
Prabhat Phery and assembly by the teachers and students of Burunga Bazar High School (Senior Madrassa)To hoist the tricolor flag in every house and to observe independence day.

07/06/2022

সকলো HSLC Exam Topper, সফল ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক সকললৈ অভিনন্দন। অধিক উৎকৃষ্ট কৃতিত্বৰ বাবে শুভেচ্ছা থাকিল!

On the occasion of   today, teachers, staff and students of the Burunga Bazar High School as well as some members of AAM...
05/06/2022

On the occasion of today, teachers, staff and students of the Burunga Bazar High School as well as some members of AAMSU of Burunga GP and locals planted some saplings in the School premises.

বুৰুঙ্গা বজাৰ ছিনিয়ৰ মাদ্ৰাছাৰ প্ৰাক্তন অধীক্ষক হজৰত মৌলানা আব্দুল ৱাহিদ চাহাবৰ যোৱা নিশা ১ বজাত তালতলা-কৰিমগঞ্জত থকা ত...
26/12/2021

বুৰুঙ্গা বজাৰ ছিনিয়ৰ মাদ্ৰাছাৰ প্ৰাক্তন অধীক্ষক হজৰত মৌলানা আব্দুল ৱাহিদ চাহাবৰ যোৱা নিশা ১ বজাত তালতলা-কৰিমগঞ্জত থকা তেখেতৰ বাসভৱনত মৃত্যু হয়।
ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন।
তেখেত এজন সুদক্ষ আলিম, পণ্ডিত আছিল। তেওঁ জীৱনৰ বেছিভাগ সময় অধ্যয়ন আৰু শিক্ষকতাত অতিবাহিত কৰিছিল। সমগ্ৰ অসমৰ পৰা হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে তেওঁৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। উল্লেখ্য যে ২০০১ চনত এজন ভাল, সুদক্ষ শিক্ষক হিচাপে তেওঁ ৰাষ্ট্ৰপতি বটা লাভ কৰিছিল। হে আল্লাহ তেখেতক জান্নাত আল-ফিৰদৌচ দান কৰা, আৰু তেখেতৰ পৰিয়ালৰ সকলোৰ মনত শান্তি দিয়া।

اَللّٰهُمَّ اغْفِرْ لَهُ وَارْحَمْهُ وَعَافِهِ وَاعْفُ عَنْهُ وَأَكْرِمْ نُزُلَهُ وَوَسِّعْ مُدْخَلَهُ وَاغْسِلْهُ بِالْمَاءِ وَالثَّلْجِ وَالْبَرَدِ وَنَقِّهِ مِنْ الْخَطَايَا كَمَا نَقَّيْتَ الثَّوْبَ الْأَبْيَضَ مِنْ الدَّنَسِ وَأَبْدِلْهُ دَارًا خَيْرًا مِنْ دَارِهِ وَأَهْلًا خَيْرًا مِنْ أَهْلِهِ وَزَوْجًا خَيْرًا مِنْ زَوْجِهِ وَأَدْخِلْهُ الْجَنَّةَ وَأَعِذْهُ مِنْ عَذَابِ الْقَبْرِ أَوْ مِنْ عَذَابِ النَّارِ۔

Address

Burunga Tali, Hojai
Assam
782445

Opening Hours

Monday 9am - 3:30pm
Tuesday 9am - 3:30pm
Wednesday 9am - 3:30pm
Thursday 9am - 3:30pm
Friday 9am - 3:30pm
Saturday 9am - 1pm

Website

Alerts

Be the first to know and let us send you an email when Burunga Bazar High School - Sr. Madrassa posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category