শংকৰদেৱ শিশু নিকেতন, ৰূপহী

  • Home
  • India
  • Assam
  • শংকৰদেৱ শিশু নিকেতন, ৰূপহী

শংকৰদেৱ শিশু নিকেতন, ৰূপহী Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from শংকৰদেৱ শিশু নিকেতন, ৰূপহী, School, Sankar Nagar, Rupahi, Nagaon, Assam.

Sankardev Shishu Niketan is an Assamese medium school located in Rupahi, Nagaon, Assam whichl is run by the Shishu Shiksha Samiti, Assam; affiliated to Vidya Bharati.

মাতৃভাষা মাধ্যমৰ গৌৰৱ অক্ষুণ্ণ ৰাখি ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শংকৰদেৱ শিশু নিকেতন, ৰূপহীৰ উত্তীৰ্ণৰ হাৰ ১০০...
10/04/2026

মাতৃভাষা মাধ্যমৰ গৌৰৱ অক্ষুণ্ণ ৰাখি ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শংকৰদেৱ শিশু নিকেতন, ৰূপহীৰ উত্তীৰ্ণৰ হাৰ ১০০%। সফলতা অৰ্জন কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ নিকেতন পৰিয়ালৰ তৰফৰপৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে, তেওঁলোকৰ উজ্বল ভৱিষ্যৎ কামনা কৰিছোঁ।

প্ৰাপ্তাংকৰ প্ৰতিযোগিতাৰ উৰ্ধত গৈ প্ৰত্যেকেই সমাজৰ একোগৰাকী সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হৈ দেশৰ হকে যাতে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিব পাৰা, তাৰবাবে আমাৰ শুভকামনা সদায় তোমালোকৰ লগত থাকিব।

জ্ঞানাৰ্থে প্ৰৱেশম, সেৱাৰ্থে প্ৰস্থানম

10/04/2026

সদ্য-ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শংকৰদেৱ শিশু নিকেতন, পাটাছাৰকুছিৰ মেধাবী ছাত্ৰ জ্যোতিৰ্ময় দাসে ৫৯১ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে। 🌟
এই অভূতপূৰ্ব সফলতা বিদ্যা ভাৰতীৰ সংস্কাৰযুক্ত শিক্ষা, আচাৰ্যসকলৰ পথ-প্ৰদৰ্শন আৰু জ্যোতিৰ্ময়ৰ অদম্য পৰিশ্ৰমৰ পৰিণতি।
শিশু শিক্ষা সমিতি,অসমৰ তৰফৰ পৰা অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো শংকৰদেৱ শিশু নিকেতন, ৰূপহীৰ উত্তীৰ্ণৰ হাৰ ১০০%।...
11/04/2025

পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো শংকৰদেৱ শিশু নিকেতন, ৰূপহীৰ উত্তীৰ্ণৰ হাৰ ১০০%। কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ বলত এই অনন্য সফলতা অৰ্জন কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ নিকেতন পৰিয়ালৰ তৰফৰপৰা আন্তৰিক অভিনন্দন জ্ঞাপনৰ লগতে তেওঁলোকৰ উজ্বল ভৱিষ্যৎ কামনা কৰিছোঁ।

এই কৃতিত্বক বিনয়েৰে গ্ৰহণ কৰি প্ৰাপ্তাংকৰ প্ৰতিযোগিতাৰ উৰ্ধত গৈ প্ৰত্যেকেই সমাজৰ একোগৰাকী সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস। দেশমাতৃৰ হকে যাতে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিব পাৰা, তাৰবাবে আমাৰ শুভকামনা থাকিব।

জ্ঞানাৰ্থে প্ৰৱেশম, সেৱাৰ্থে প্ৰস্থানম

23/01/2025
শংকৰদেৱ শিশু নিকেতন, ৰূপহীত ২০২৫-২৬ শিক্ষাবৰ্ষৰ নতুন নামভৰ্তিৰ বাবে প্ৰ-পত্ৰ দি থকা হৈছে
24/12/2024

শংকৰদেৱ শিশু নিকেতন, ৰূপহীত ২০২৫-২৬ শিক্ষাবৰ্ষৰ নতুন নামভৰ্তিৰ বাবে প্ৰ-পত্ৰ দি থকা হৈছে

২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শংকৰদেৱ শিশু নিকেতন, ৰূপহীৰ উত্তীৰ্ণৰ হাৰ ১০০%। সফলতা অৰ্জন কৰা প্ৰতিগৰাকী শিক্ষা...
20/04/2024

২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শংকৰদেৱ শিশু নিকেতন, ৰূপহীৰ উত্তীৰ্ণৰ হাৰ ১০০%। সফলতা অৰ্জন কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ নিকেতন পৰিয়ালৰ তৰফৰপৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে, তেওঁলোকৰ উজ্বল ভৱিষ্যৎ কামনা কৰিছোঁ।

প্ৰাপ্তাংকৰ প্ৰতিযোগিতাৰ উৰ্ধত গৈ প্ৰত্যেকেই সমাজৰ একোগৰাকী সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হৈ দেশৰ হকে যাতে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিব পাৰা, তাৰবাবে আমাৰ শুভকামনা সদায় তোমালোকৰ লগত থাকিব।

জ্ঞানাৰ্থে প্ৰৱেশম, সেৱাৰ্থে প্ৰস্থানম

শংকৰদেৱ শিশু নিকেতন, ৰূপহীত ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু সাংস্কৃতিক অনুষ্ঠানৰ কেইটিমান দৃশ্য। নিকেতনৰ মাত...
15/08/2023

শংকৰদেৱ শিশু নিকেতন, ৰূপহীত ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু সাংস্কৃতিক অনুষ্ঠানৰ কেইটিমান দৃশ্য। নিকেতনৰ মাতৃ ভাৰতীৰ ব্যৱস্থাপনাত আজিৰ অনুষ্ঠান সম্পন্ন কৰা হয়।

15/06/2023

সদ্যঘোষিত NEET ৰ ফলাফলত শংকৰদেৱ শিশু নিকেতন, ৰূপহীৰ প্ৰাক্তন ছাত্ৰ শ্ৰী প্ৰণয় পালে প্ৰথমবাৰতে কোনো ধৰণৰ Coaching নোলোৱাকৈ সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়।শ্ৰী প্ৰণয় পালক নিকেতন তথা শিশু শিক্ষা সমিতি, অসমৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো।

01/06/2023
সদ্যঘোষিত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট প্ৰদৰ্শনেৰে উত্তীৰ্ণ হোৱা নিকেতনৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক আন্ত...
22/05/2023

সদ্যঘোষিত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট প্ৰদৰ্শনেৰে উত্তীৰ্ণ হোৱা নিকেতনৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

যিসকলে প্ৰত্যাশা অনুসৰি ফলাফল লাভ নকৰিলে, তেওঁলোক নিৰাশ হ'ব নালাগে। কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰে নিজৰ সাধনা অব্যাহত ৰাখিলে এদিন নিশ্চয় সফল হ'ব পাৰিব।

আমি সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।

Vidya Bharati Akhil Bhartiya Shiksha Sansthan
Shishu Shiksha Samiti Assam

Address

Sankar Nagar, Rupahi, Nagaon
Assam
782125

Website

Alerts

Be the first to know and let us send you an email when শংকৰদেৱ শিশু নিকেতন, ৰূপহী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category