Padma Ram Bharali High School

Padma Ram Bharali High School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Padma Ram Bharali High School, School, Vill. Sarulah, P. O. Srihati, Kamrup, Assam.

প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ প্ৰতি বিদ্যালয়ৰ তৰফৰ পৰা একাঁজলি শ্ৰদ্ধাঞ্জলি........
19/09/2026

প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ প্ৰতি বিদ্যালয়ৰ তৰফৰ পৰা একাঁজলি শ্ৰদ্ধাঞ্জলি........



08/09/2026





শিক্ষক হ'ল এডাল মমবাতিৰ দৰে,যি নিজে গলি আনক পোহৰ বিলায়।জ্ঞানৰ জ্যোতিৰে জগত আলোকিত কৰা শিক্ষাগুৰুসকলৰ সৰ্বস্ব ত্যাগে গঢ় দ...
05/09/2026

শিক্ষক হ'ল এডাল মমবাতিৰ দৰে,
যি নিজে গলি আনক পোহৰ বিলায়।
জ্ঞানৰ জ্যোতিৰে জগত আলোকিত কৰা শিক্ষাগুৰুসকলৰ সৰ্বস্ব ত্যাগে গঢ় দিয়ে একো একোজন সৎ মানুহ। মানৱ জীৱন গঢ়াত অনবদ্য অৱদান আগবঢ়োৱা শিক্ষকসকলৰ হাততেই প্ৰাণ পাই উঠে শিক্ষাৰ্থীৰ সপোন। শিক্ষক দিৱসৰ এই পৱিত্ৰ ক্ষণত পণ্ডিত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ ত্যাগ আৰু অৱদানক গভীৰ শ্ৰদ্ধাৰে সুঁ‌ৱৰিছোঁ।
লগতে বিদ্যালয়ত উৎযাপন কৰা শিক্ষক দিৱসৰ কাৰ্যসূচীৰ কিছু দৃশ্যাংশ.....



স্বাধীনতা কেৱল এটা অধিকাৰ নহয়, ই এক ডাঙৰ দায়িত্ব। এই দায়িত্ব পালন কৰি দেশক আগুৱাই লৈ যাওঁ আহক। সকলোলৈকে স্বাধীনতা দিৱ...
15/08/2026

স্বাধীনতা কেৱল এটা অধিকাৰ নহয়, ই এক ডাঙৰ দায়িত্ব। এই দায়িত্ব পালন কৰি দেশক আগুৱাই লৈ যাওঁ আহক। সকলোলৈকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।





"মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে?কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে?"“ৰাভা দিৱস”ৰ এই পবিত্ৰ ক্ষণত অসমৰ সাংস্...
20/06/2026

"মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে?
কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে?"
“ৰাভা দিৱস”ৰ এই পবিত্ৰ ক্ষণত অসমৰ সাংস্কৃতিক জগতৰ অনন্য পুৰোধা, বিপ্লৱী শিল্পী, সাহিত্যিক, সংগীতজ্ঞ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱলৈ জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত। তেখেতৰ আদৰ্শ, সৃষ্টি আৰু সমাজচেতনাই চিৰদিন অসমবাসীক প্ৰেৰণা যোগাই থাকিব। ‌কলাগুৰু অমৰ হওক, তেখেতৰ আদৰ্শ চিৰজীৱী হওক।






৩০ নং হাজো শুৱালকুছি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মহোদয়ক বিদ্যালয়ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰা হয়।
13/06/2026

৩০ নং হাজো শুৱালকুছি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মহোদয়ক বিদ্যালয়ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰা হয়।





"গছপুলি ৰোৱক, ভৱিষ্যত সুৰক্ষিত কৰক"বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ কিছু দৃশ্যাংশ....
05/06/2026

"গছপুলি ৰোৱক, ভৱিষ্যত সুৰক্ষিত কৰক"
বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ কিছু দৃশ্যাংশ....






 :  ়ে পৰিচালনা কৰা   জলশালা কাৰ্যসূচী বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীসকলক অনাময় পানী য...
30/05/2026

: ়ে পৰিচালনা কৰা জলশালা কাৰ্যসূচী বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীসকলক অনাময় পানী যোগান আঁচনিৰ ক্ষেত্ৰ ভ্ৰমণ কৰা‌ হয়। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে প্ৰত্যক্ষভাৱে জানিব পাৰিলে যে পানী যোগান আঁচনি এখনে কেনেদৰে কাম কৰে আৰু FTK ব্যৱহাৰ কৰি পানীৰ গুণাগুণ পৰীক্ষাৰ অভিজ্ঞতা লাভ কৰে।
UNOPS India
Jal Jeevan Mission, India
Jal Jeevan Mission, Assam









23/05/2026

আজি বিদ্যালয়ত অনুষ্ঠিত হোৱা শনিবৰীয়া চৰাৰ দৃশ্যাংশ.....




কামৰূপ জিলা শিক্ষা বিভাগৰ দ্বাৰা অনুষ্ঠিত Online Orientation on My Career Advisor App (Career Guidance Programme) অনুষ্ঠ...
20/05/2026

কামৰূপ জিলা শিক্ষা বিভাগৰ দ্বাৰা অনুষ্ঠিত Online Orientation on My Career Advisor App (Career Guidance Programme) অনুষ্ঠানত আমাৰ বিদ্যালয়ৰ অংশগ্ৰহণৰ কিছু দৃশ্যাংশ। অনুষ্ঠানত অংশগ্ৰহণ কৰে বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিদ্যালয়ৰ Career Guidanceৰ Nodal Teacher Papari Hazarika য়ে।




Address

Vill. Sarulah, P. O. Srihati, Kamrup
Assam
781103

Website

Alerts

Be the first to know and let us send you an email when Padma Ram Bharali High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category