Harhi Academy High School

Harhi Academy High School Harhi Academy High school, P. O : Gobindapur

বিশ্ব পৰিৱেশ দিৱস উদযাপন5 জুন, 2026
05/06/2026

বিশ্ব পৰিৱেশ দিৱস উদযাপন
5 জুন, 2026

আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ গোস্বামীদেৱ বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি  শৈক্ষিক,...
14/05/2026

আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ গোস্বামীদেৱ বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি শৈক্ষিক, নৈতিক আৰু আধ্যাত্মিক দিশত বক্তব্য আগবঢ়ায়। 🙏

14/05/2026
14/05/2026

আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ গোস্বামীদেৱ বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি শৈক্ষিক, নৈতিক আৰু আধ্যাত্মিক দিশত বক্তব্য আগবঢ়ায়। 🙏

28/04/2026

নৱাগত আদৰণি আৰু সম্বৰ্দ্ধনা অনুষ্ঠানৰ কিছু মূহুৰ্ত....
তাৰিখ : 27.04.2026

আজি বিদ্যালয়ত অনুষ্ঠিত হোৱা নৱাগত আদৰণি আৰু সম্বৰ্দ্ধনা অনুষ্ঠানৰ কিছু দৃশ্যাংশ।তাৰিখ : 27/04/2026অনুষ্ঠানৰ মঞ্চ উদ্বোধ...
27/04/2026

আজি বিদ্যালয়ত অনুষ্ঠিত হোৱা নৱাগত আদৰণি আৰু সম্বৰ্দ্ধনা অনুষ্ঠানৰ কিছু দৃশ্যাংশ।
তাৰিখ : 27/04/2026
অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত অৰুণজ্যোতি চুতীয়া দেৱে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অল আসাম মিৰি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ স্নাতকোত্তৰ শিক্ষক শ্ৰীযুত বিমান সন্দিকৈ দেৱ।

10/04/2026

📌HSLC Result Of Harhi Academy H.S. 2026📌
Star ⭐ 5
First Division- 17
Second Division- 13
Third Division - 1
Total Appeared =31
Total Pass =31
pass percentage = 100%
📌Star marks holder students :
1. Manash Pratim Boruah =Total Marks 506 (Eng, Ass, G.Science, G. Maths, Geo)
2.Kabita Konch =Total Marks 474(Ass, G. Maths, Geography)
3.Mridumalya Dutta =Total Marks 464(Ass, G. Science, Geography)
4. Pratishtha Dutta = Total Marks 461 (Ass)
5.Bornil Borah = Total Marks 459(Eng, G. maths,G. Science)

আজি বিদ্যালয়ত ২০২৫-২৬ বৰ্ষৰ পৰা অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক নতুন শিক্ষাবৰ্ষৰ বাবে বিনামূলীয়া ঐক্য সাজ ( Uniform) বিতৰণ ...
07/04/2026

আজি বিদ্যালয়ত ২০২৫-২৬ বৰ্ষৰ পৰা অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক নতুন শিক্ষাবৰ্ষৰ বাবে বিনামূলীয়া ঐক্য সাজ ( Uniform) বিতৰণ কৰা হয়।

আজি বিদ্যালয়ত NHM ৰ অধীনত অনুষ্ঠিত হোৱা স্বাস্থ্য শিৱিৰৰ দৃশ্য। চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলৰ দ্বাৰা  আজি বিদ্যালয়ত ...
06/04/2026

আজি বিদ্যালয়ত NHM ৰ অধীনত অনুষ্ঠিত হোৱা স্বাস্থ্য শিৱিৰৰ দৃশ্য। চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলৰ দ্বাৰা আজি বিদ্যালয়ত প্ৰতিজন ছাত্ৰ ছাত্ৰীক স্বাস্থ্য পৰীক্ষা কৰা হয়।

Adolescence counseling by Manisha Borgohain (counsellor) , Dhakuakhana FRU
06/04/2026

Adolescence counseling by Manisha Borgohain (counsellor) , Dhakuakhana FRU

Address

P. O : GOBINDAPUR, P. S. : DHAKUAKHANA, DIST : LAKHIMPUR
Assam

Website

Alerts

Be the first to know and let us send you an email when Harhi Academy High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category