আউনী আটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়,আমগুৰি

  • Home
  • India
  • Amguri
  • আউনী আটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়,আমগুৰি

আউনী আটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়,আমগুৰি Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from আউনী আটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়,আমগুৰি, School, 61 No. National High Way, Amguri.

I've just reached 2K followers! Thank you for continuing support. I could never have made it without each one of you. 🙏🤗...
12/04/2026

I've just reached 2K followers! Thank you for continuing support. I could never have made it without each one of you. 🙏🤗🎉

10/04/2026
15/02/2026

১৫/২/২০২৬ তাৰিখে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰচাৰিত।

25/11/2025

যোৱা সপ্তাহৰ পৰৱৰ্তী অংশ

23/11/2025

দেওবৰীয়া বিশেষ অনুষ্ঠান
অতিথি-
ডাঃ বিদ্যুৎ বিকাশ শইকীয়া
( প্ৰাক্তন ছাত্ৰ )
প্ৰচাৰ কাল ১৬/১১/২০২৫

02/09/2025

দেওবৰীয়া বিশেষত এই সপ্তাহৰ অতিথি বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, অভিযন্তা, ৰাষ্ট্ৰীয় বডি বিল্ডিং খেলুৱৈ
শ্ৰীমান পাঞ্চজন্য গগৈ।
প্ৰচাৰ কাল ৩১/৮/২০২৫

মাননীয় বিধায়ক তথা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি শ্ৰীযুত প্ৰদীপ হাজৰিকাদেৱৰ উৎসাহী উদ্যোগত অসম চৰকাৰৰ অনুদান...
26/06/2025

মাননীয় বিধায়ক তথা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি শ্ৰীযুত প্ৰদীপ হাজৰিকাদেৱৰ উৎসাহী উদ্যোগত অসম চৰকাৰৰ অনুদানেৰে অত্যাধুনিকভাবে নিৰ্মাণ হ'ব লগীয়া আমাৰ অতি মৰমৰ বিদ্যালয়খনৰ নতুন ভবনৰ নিৰ্মাণ কাৰ্য আগন্তুক গ্ৰীষ্ম বন্ধৰ পৰা আৰম্ভ হ'ব। বহু শিক্ষানুৰাগী আমগুৰিবাসীৰ কায়িক, আৰ্থিক, মানসিক শ্ৰম জড়িত বৰ্তমানৰ বিদ্যালয় ভবনটি সংশ্লিষ্ট বিভাগে অহা ১/৭/২০২৫ তাৰিখৰ পৰা ভঙা কাৰ্য আৰম্ভ কৰিব।বিদ্যালয়খনৰ উত্তৰণৰ এই নতুন অধ্যায় আৰম্ভৰ প্ৰাক মুহূৰ্তত অহা ৩০/৬/২০২৫ তাৰিখ সোমবাৰে সন্ধিয়া এভাগি নামকীৰ্তনৰ মানস কৰা হৈছে। মাঙ্গলিক অনুষ্ঠানভাগিত শুভাকাঙ্খী সকলৰ উপস্থিতি কামনা কৰা হৈছে।এই আপাহতে ইচ্ছুক সকলক উল্লেখিত সময়ৰ ভিতৰতে হেপাহৰ বিদ্যালয়খনৰ সৈতে নিজৰ নিজৰ স্মৃতি জীয়াই ৰাখিব পৰাকৈ ফটো লোৱাৰ ব্যৱস্থা কৰিবৰ বাবে আন্তৰিকতাৰে আহ্বান জনোৱা হ'ল।

16/06/2025

ছাত্ৰ- ছাত্ৰীৰ অনুষ্ঠান "দেওবৰীয়া বিশেষ"-
অতিথি -
@ ড° কুলদীপ গগৈ
বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ,
গুৱাহাটী বিশ্ববিদ্যালয়ৰ
সহযোগী অধ্যাপক।
প্ৰচাৰ কাল - ১৫/৬/২০২৫

18/03/2025

ড° ত্ৰিদিৱ জ্যোতি নেওগ
(তৃতীয় খণ্ড)

Address

61 No. National High Way
Amguri

Website

Alerts

Be the first to know and let us send you an email when আউনী আটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়,আমগুৰি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category