Bapuji High School, Abhayapuri

Bapuji High School, Abhayapuri

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bapuji High School, Abhayapuri, School, Abhayapuri, Abhayapuri.

05/07/2025

এসময়ৰ আমাৰ বাপুজী হাই স্কুলৰ ছাত্ৰ, আমাৰ বিদ্যালয়ৰ পৰা HSLC উত্তীৰ্ণ হৈছিল। সদ্যঘোষিত স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বুৰঞ্জী বিভাগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত #শীৰ্ষস্থান দখল কৰিছে #ভৃগু_নাথে। আমি বাপুজী হাই স্কুলৰ তৰফৰ পৰা ভৃগু নাথক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। 💐💐💐

Photos from Bapuji High School, Abhayapuri's post 30/06/2025
25/04/2025

Our student during his ISRO visit.

25/04/2025
Photos from Bapuji High School, Abhayapuri's post 22/04/2025

ISRO অভিমুখে আমাৰ দশম শ্ৰেণীৰ ছাত্ৰ আৰিফ ৰাইহান।

Photos from Bapuji High School, Abhayapuri's post 12/04/2025

বাপুজী হাই স্কুল,অভয়াপুৰীত উলহ-মালহেৰে প্ৰাক্‌ ৰঙালী বিহু উদ্‌যাপন।

Photos from Bapuji High School, Abhayapuri's post 03/04/2025

বঙাইগাঁও জিলা সমগ্ৰ শিক্ষাই, গুণগত শিক্ষা প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত লোৱা অগ্ৰনী ভূমিকাৰ বাবে #বাপুজী_উচ্চ_মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিক ২০২৪-২৫ শিক্ষা বৰ্ষৰ বাবে #শ্ৰেষ্ঠ_পৰিচালনা_সমিতি হিচাপে বিবেচনা কৰি বঙাইগাঁও #জিলা_উপায়ুক্ত মহোদয়ে বটা প্ৰদান কৰে। বটা গ্ৰহণ কৰি বিদ্যালয় ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মাননীয় #দীপক_শৰ্মা আৰু পৰিচালনা সমিতিৰ সভাপতি মাননীয় #জীৱন_চন্দ্ৰ_সৰকাৰ দেৱে সমগ্ৰ শিক্ষা বঙাইগাওঁ, বঙাইগাওঁ জিলা উপায়ুক্ত আৰু বঙাইগাঁও জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শক মহাশয়াক কৃতজ্ঞতা জ্ঞাপন কৰে।

Photos from Bapuji High School, Abhayapuri's post 07/02/2025

@গুণোৎসৱ ২০২৫

Photos from Bapuji High School, Abhayapuri's post 03/02/2025

আজি আমাৰ বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ত উলহ-মালহেৰে #দেৱী_স্বৰস্বতীৰ পূজা অনুষ্ঠিত কৰা হয়, আৰু ইয়াৰে লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন পেলনীয়া সামগ্ৰীৰ দ্বাৰা মডেল প্ৰদৰ্শন কৰা হয়। আজিৰ এই অনুষ্ঠানত বঙাইগাঁও জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শক মাননীয়া #পল্লবী_মেধি বাইদেউ উপস্থিত হৈ ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰে বিশেষকৈ নৱম শ্ৰেণীৰ ছাত্ৰী শ্বেহনাজ পাৰবিনে দেৱী সৰস্বতী মূৰ্তি অংকন কৰাত তাইক উৎসাহিত কৰে। আজিৰ এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে বিদ্যালয় সমূহৰ পৰিদৰ্শক বাইদেউক বাপুজী হাই স্কুলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।

Want your school to be the top-listed School/college in Abhayapuri?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address

Abhayapuri
Abhayapuri