Ramanujan Education Center LANKA

Ramanujan Education Center LANKA

ৰামানুজন এডুকেচন চেন্টাৰ লৈ আপোনাক স?

Operating as usual

29/04/2023

ৰামানুজন এডুকেচন (টিউচন) চেন্টাৰ ত 2023 বৰ্ষৰ নামভৰ্তি কৰণ চলি আছে।

ইচ্ছুক ছাত্ৰ-ছাত্ৰী য়ে 6361266765/ 7002908359 নম্বৰ ত যোগাযোগ কৰি নামভৰ্তি কৰিব পাৰিব।
স্থান: কাৰিখানা বজাৰ ( হোজাই,লংকা,অসম)

Ramanujan Education Center LANKA

19/03/2023

ৰামানুজন এডুকেচন (টিউচন) চেন্টাৰ ত 2023/24 শিক্ষাবৰ্ষৰ নামভৰ্তি কৰণ চলি আছে।

ইচ্ছুক ছাত্ৰ-ছাত্ৰী য়ে 6361266765/ 7002908359 নম্বৰ ত যোগাযোগ কৰি নামভৰ্তি কৰিব পাৰিব।
স্থান: কাৰিখানা বজাৰ ( হোজাই,লংকা,অসম)

Ramanujan Education Center LANKA

19/03/2023
Photos from Ramanujan Education Center LANKA's post 06/09/2022

#ৰামানুজন_এডুকেচন_চেন্টাৰৰ মৰমৰ সপ্তম আৰু অষ্টম শ্ৰেণী ৰ ছাত্ৰ ছাত্ৰী সকলক অশেষ ধন্যবাদ জনালোঁ ।

Photos from Ramanujan Education Center LANKA's post 20/08/2022

দায়িত্বশীল আৰু অপৰিসীম ক্ষমতাৰ এজন সৎ নিষ্ঠাবান শিক্ষক আবু তাহিৰ ছাৰ ।

এজন প্রকৃত আৰু আদর্শ শিক্ষক হ’বলৈ কিছুমান বিশেষ গুণৰ অধিকাৰী হোৱা একান্তই বাঞ্ছনীয়। যোগ্যতা, বিচক্ষণতা, দক্ষতা, চৰিত্ৰ, ৰসিকতা, বাকপটুতা আৰু তৎপৰতা হৈছে এজন সফল আৰু আদৰ্শবান শিক্ষকৰ প্ৰধান গুণ। এই সকলো গুন আছে আবু তাহিৰ ছাৰৰ ।

অতি ব্যস্ততাপূৰ্ণ সময়সূচীৰ মাজতো আমাৰ #ৰামানুজন_এডুকেচন_(টিউচন) চেন্টাৰত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় তথা অতুলনীয় অনুপ্ৰেৰণা প্ৰদান কৰাৰ বাবে ছাৰলৈ ৰামানুজন এডুকেচন (টিউচন) চেন্টাৰৰ তৰফৰপৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালো ।

15/08/2022

আজি আমাৰ ৰামানুজন এডুকেচন চেন্টাৰত দেশৰ ৭৬ তম স্বাধীনতা দিৱস উদযাপন কৰা হয়

10/07/2022

ৰামানুজন এডুকেচন চেন্টাৰৰ ফালৰপৰা সমূহ ৰাইজল লগতে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকলক পৱিত্ৰ উৎসৱ ঈদ-উল-আজহাৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

22/06/2022

ক্লাছৰ কিয়দংশ.....

Photos from Ramanujan Education Center LANKA's post 22/06/2022

ক্লাছ চলি থকা মূহুৰ্তৰ আলোকচিত্ৰ।

02/06/2022

ৰামানুজন এডুকেচন (টিউচন) চেন্টাৰ ত ষষ্ঠম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী ৰ পাঠদান চলি আছে । ইচ্ছুক ছাত্ৰ ছাত্ৰী য়ে
6361266765/ 8402872582 নম্বৰ ত যোগাযোগ কৰি নামভৰ্তি কৰিব পাৰিব।

30/05/2022

জাননী
ইয়াৰ দ্বাৰা যি সকল ছাত্ৰ ছাত্ৰী য়ে ৰামানুজন এডুকেচন (টিউচন) চেন্টাৰ ত নামভৰ্তি কৰিব বিচাৰিছে অতি শীঘ্ৰে যোগাযোগ কৰক।
০১/০৬/২০২২ (বুধবাৰ) তাৰিখ। ষষ্ঠম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী ৰ পাঠদান আৰম্ভ কৰা হ'ব । গতিকে ইচ্ছুক ছাত্ৰ ছাত্ৰী য়ে
6361266765/ 8402872582 নম্বৰ ত যোগাযোগ কৰিব পাৰে।
ধন্যবাদেৰে ৰামানুজন এডুকেচন (টিউচন) চেন্টাৰ।

20/05/2022

গণস্তম্ভ কাকত'ত প্ৰকাশ পাইছে

Photos from Ramanujan Education Center LANKA's post 15/05/2022

আজি ইংৰাজী ১৫/০৫/২২ তাৰিখে লংকাৰ ইছলামবস্তি পেট্ৰল পাম্পৰ ওচৰতে ৰামানুজন এডুকেচন চেন্টাৰৰ প্ৰথম খন আলোচনা সভা অনুষ্ঠিত হৈ যায় । উক্ত সভাত সভাপতিত্ব কৰে আৰশাদুজ জামান আনচাৰি ছাৰে, লগতে উপস্থিত থাকে জেষ্ঠ শিক্ষাবিদ ছেলিম উদ্দিন লস্কৰ ছাৰ, অসম ভেলি একাডমিৰ অধ্যক্ষ মিৰ্জা জাৰ্মান ছাৰ , বিশিষ্ট সমাজ সেৱক লুতফুৰ ৰহমান দাদা, AIUDfৰ সদস্য বিশিষ্ট সমাজ সেৱক হিফজুৰ ৰহমান মামা , অসম জাতীয় পৰিষদ হোজাই জিলা সমিতিৰ বৃত্ত সম্পাদন জিয়াউৰ ৰহমান দাদা, বিশিষ্ট সাংবাদিক ৰাজা বাৰভূঞা দাদা , আৰু উপস্থিত থাকে সমাজৰ বিশিষ্ট শিক্ষাবিদ ও সমাজৰ আগশাৰীৰ মূৰব্বী সকল । উক্ত সভাত আলোচনা পাছত এখন স্থায়ী কমিটি গঠন কৰা হয়।

সদৌ শেষত আজিৰ সভাত উপস্থিত হোৱা মোৰ শ্ৰাদ্ধাৰ শিক্ষা গুৰু, দাদা , বাইদেউ সকলোলৈ ৰামানুজন এডুকেচন চেন্টাৰৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

14/05/2022

ৰামানুজন এডুকেচন চেন্টাৰলৈ স্বাগতম

Photos from Ramanujan Education Center LANKA's post 29/04/2022

সু-খবৰ ! সু-খবৰ!

শৈক্ষিক অভিনন্দন গ্ৰহণ কৰিব।
ইয়াৰ দ্বাৰা আপোনাক/ আপোনালোকক জনাবলৈ পায় সুখী হৈছো যে, বৃহত্তৰ লংকা, ইছলামবস্তী , বৰদলং, খাৰিখানা, ছিমলাই পথাৰ, লস্কৰপথাৰ , ডাবলং , অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে এটি সু খবৰ!
ব্যক্তিগত খণ্ডৰ ৰামানুজন এডুকেচন চেন্টাৰ নামেৰে নামাকৰণ কৰি অষ্টম, নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ টিউচন চেন্টাৰ লংকাৰ ইছলামবস্তীত খোলা হৈছে।

অভিজ্ঞ পূৰ্ণ শিক্ষকৰ জৰিয়তে ইংৰাজী, বিজ্ঞান, গণিত, উচ্চ গণিত, অসমীয়া, হিন্দী, বিষয়ৰ পাঠদান দিয়া হ'ব।
গতিকে, ইচ্ছুক পাৰ্থী অথবা আপোনালোকৰ সম্পৰ্কীয় কোনোবা থাকিলে যোগাযোগ কৰিব পাৰে ।
সবিশেষ জানিবলৈ যোগাযোগ কৰক 6361266765 / 8402872582 / 9957303851 নম্বৰত।

Want your school to be the top-listed School/college?

Videos (show all)

ৰামানুজন এডুকেচন (টিউচন) চেন্টাৰ ত 2023 বৰ্ষৰ নামভৰ্তি কৰণ চলি আছে।
ক্লাছৰ কিয়দংশ.....
ৰামানুজন এডুকেচন চেন্টাৰলৈ স্বাগতম

Website