মহাৰাজ নৰনায়াৰণৰ আচল নাম কি আছিল?
A) মল্লদেৱ
B) দুর্লভ
C) ভট্টদেৱ
D) শুক্লধ্বজ
উত্তৰ: (A) মল্লদেৱ.
Mock test
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mock test, Educational consultant, .

সেন’ বংশৰ প্ৰতিষ্ঠাপক কোন?
A) নৰনাৰায়ণ
B) দুর্লভ নাৰায়ণ
C) নীলধ্বজ
D) চুকাফা
উত্তৰ: (C) নীলধ্বজ
Mock test Educational Consultant
ম সৰস্বতীয়ে কি গ্রন্থ ৰচনা কৰিছিল ?
A) প্ৰহ্লাদ চৰিত
B) ৰুক্মিণী হৰণ
C) পাৰিজাত হৰণ
D) ৰামবিজয়
উত্তৰ: (A) প্ৰহ্লাদ চৰিত
পৃথিৱীৰ ঘূৰ্ণনৰ গতি কিমান?
· ক) ২৮ কিলোমিটাৰ প্ৰতি মিনিট
· খ) ৩০ কিলোমিটাৰ প্ৰতি মিনিট
· গ) ৩৬ কিলোমিটাৰ প্ৰতি মিনিট
· ঘ) ৫০ কিলোমিটাৰ প্ৰতি মিনিট
Q : স্বাধীনতাৰ আগত অসমত মুঠ জিলা কিমান খন আছিল ?
A. 12
B. 13
C. 14
D. 16

Q2: when was Arya samaj founded ?
A. 1867
B. 1875
C. 1839
D. 1815
Q1:- Who was the first indian women to climb Mount Everest?
A. Bachendri pal
B. Junko Tabei
C. Lhakpa Sherpa
D. None of them