১ এপ্ৰিল ২০২৪ ৰ পৰা পাঠদান (class) আৰম্ভ কৰা হ'ব।
অংকুৰৰ পৰা চতুৰ্থ শ্ৰেণীলৈ নামভৰ্তি চলি আছে।
Global Wisdom Academy
A private Institution
Operating as usual
প্ৰাৰ্থনাৰ সময়ত
Happy Teacher´s Day to all
৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হল|
বন্দে মাতৰম
ভাৰত মাতাৰ জয়
জয় হিন্দ|
স্যাৰে জাঁহা সে আচ্ছা হিন্দুস্তান হামাৰা|
It is inform to all the students, teaching & non teaching staff that our school is going to celebrate the *77th Independence Day on 15 August 2023* at our school campus premises at 7:15am .So,all the students have to come before 7:30 am.
Principal 👇
*Global Wisdom Academy*
পবিত্ৰ ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা জনালো|
ঈদে কঢ়িয়াই শান্তি সমৃদ্ধি আৰু অনাবিল আনন্দ|
সকলো ইছলাম ধৰ্মী লোক সকলক পবিত্ৰ ঈদ-উল-ফিতৰৰ আন্তৰিক শুভেচ্ছা জনালো|
ঈদে কঢ়িয়াই আনক শান্তি, সমৃদ্ধি আৰু ভাতৃত্ববোধ|
Happy Eid-Ul-Fitre
সকলোলৈ বাপতিসাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা প্ৰীতি আৰু শুভেচ্ছা জনালোঁ।
আশা কৰো এই নৱবৰ্ষই আপোনালোকৰ জীৱনত উল্লাস, সমৃদ্ধি আৰু শান্তি কঢ়িয়াই আনিব।
ৰঙালী বিহুৰ শুভেচ্ছা জনালো|
নামভৰ্তি চলি আছে|
সোমবাৰৰ পৰা সম্পুৰ্ণৰূপে পাঠদান আৰম্ভ হব|
এক দলে নিজা কাৰ্যালয় নিৰ্মাণ কৰে,
আন এক দলে দেশ নিৰ্মাণ কৰে✌️
👉 অসমত নিৰ্মাণ হৈছে বিজেপিৰ অত্যাধুনিক কাৰ্যালয়
👉 দিল্লীত আম আদমি পাৰ্টীৰ চৰকাৰে শিশুসকলৰ বাবে অত্যাধুনিক বিদ্যালয় নিৰ্মাণ কৰিছে।
এতিয়া ৰাইজে নিৰ্ণয় কৰক 🙏
নামভৰ্তি চলি আছে|
অংকুৰৰ পৰা চতু্ৰ্থ শ্ৰেণী লৈ|
এপ্ৰিলৰ পৰা পাঠদান আৰম্ভ হব|
সোনকালে যোগাযোগ কৰক |
admission going on
Class will be start in April
মুকুল শ্ৰেণীৰ commanders
প্ৰাক প্ৰাথমিক, প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ কিছু সংখ্যক ছাত্ৰ-ছাত্ৰী হে উপস্থিত আছিল|
বছৰটোৰ অন্তিম প্ৰাৰ্থনা|
2023-2024 বৰ্ষৰ বাবে প্ৰাক প্ৰাথমিকৰ পৰা চতুৰ্থ শ্ৰেণী আৰু অষ্টম শ্ৰেণীৰ নামভৰ্তি চলি আছে|
Best wishes for all the aspirants of HSLC examination 2023
Teacher's day celebration at school
Teacher's day celebration at our school.
Rangshapara
🌙🌙🌙🌙🌙🌙🌙🌙🌙🌙🌙
পবিত্ৰ ঈদ উজ-জোহা উপলক্ষে আপোনালৈ আন্তৰিক শুভেচ্ছা জনালোঁ। এই ঈদে আপোনাৰ জীৱন লৈ সুখ- শান্তি কঢ়িয়াই আনক আৰু আমাৰ সমাজত পৰস্পৰ একতা আৰু ভাতৃত্ববোধ শক্তিশালী হওঁক তাৰে কামনা কৰিছোঁ।
ঈদ🕌মোবাৰক🌙
সকলোকে বিশ্ব পৰিবেশ দিৱসৰ শুভেচ্ছা জনালো