Message of Islam

Message of Islam

Comments

এবাৰ মনোযোগ দি শোনা মনটোত আল্লাহৰ প্ৰতি ভালপোৱা জাগিব।
Pubjaruni bifaram jama masjid waz mahfil
Maulana ali ahmed new english waz😃 ll 2k22
হুজুৰেৰ অৱস্থা ছোৱা, ওৱাজত হিন্দি গান
ইন্নালিল্লাহি ওৱাইন্না ইলাইহি ৰাজীউন🥺
দাৰুল উলুম মেতিগাও মাদ্রাসাৰ জেষ্ঠ শিক্ষক
হজৰত মাওলানা আবদুচ চুবহান (ইছলাম নগৰী হুজুৰ) আজি আমাৰ পৰা বিদায় ললে।
আল্লাহ পাকে তেওক জান্নাতৰ সৰ্ব্বোচ্চ মকাম দান কৰক আমিন।
আজি তেওৰ জানাজাৰ শেষ মুহূর্ত।
How media show's Islam...
Khatme bukhari at darul hadith jaynagar madrassa.. 2022
পূৱ জাৰুণী জাতীয় বিদ্যালয়ৰ ২০২২ বৰ্ষৰ দশম শ্ৰেণীৰ বিদায়ী সভাত‌ জনাব বদৰুল ইছলাম চাহাবে এক গজল পৰিবেশন কৰে ।
🤲🤲🤲

Spreading the logical & Authentic message of Islam is the main purpose of this page ... share this page with your friends also....

Operating as usual

27/04/2022

24/03/2022

যিসকলে জুম্মাৰ নামাজত দেৰিকৈ আহিও আগত বহিব বিচাৰে 🤣🤣

23/03/2022

আল্লাহৰ অস্তিত্ব বুজাৰ কাৰনে এই বিডিও টোৱেই যথেষ্ট, আলহামদুলিল্লাহ 😍

17/03/2022

আচলতে শ্বব-ই-বাৰাত কোনো আমলৰ ৰাতি নহয়। যাৰ কোনো সহী হাদীস ও পোৱা নাযায়। আমলৰ ৰাতি হল ক্কদৰৰ ৰাতি যিদিনা কোৰআন নাজিল হৈছিল আৰু এই ৰাতিৰ বৰ্ণনা আল্লাহে ছুৰা ক্কদৰত কৈছে।

16/03/2022

অলকানন্দা ভূঁইয়ার একটি অসাধারন গজল

ভালো লাগলে শেয়ার করবেন....

11/03/2022

For more islamic vedio Or picture to like , follow and share message of Islam channel

11/03/2022

মুফতি মুকিবুর রহমানের মুখে হিন্দু ধর্মের শ্লোক....
ভালো লাগলে ভিডিওটা শেয়ার করে দিবেন..

10/03/2022

Mashallah, how looking beautiful madina sharif ll Message of Islam for more islamic vedio to follow this channel and also like, asslamualaikum

10/03/2022

এবাৰ কবৰস্থান গৈ চাই আহিবা, সকলো অহংকাৰ ধূলি হৈ যাব।

08/03/2022

Madrassa e jalilia student abu kausar Arabic speech at badarpur bukhari 2k22

08/03/2022

আল্লাহ পাক ৰাব্বুল আলামিনে আমি সকলোক ৰোজা ধৰাৰ তৌফিক কৰক -আমিন
প্ৰিয় বন্ধু সকল ইছলাম প্ৰচাৰৰ কাৰনে পেজটো লাইক কৰি শেয়াৰ কৰি দিব ধন্যবাদ 🥰

05/03/2022

এবাৰ মনোযোগ দি শোনা মনটোত আল্লাহৰ প্ৰতি ভালপোৱা জাগিব।

05/03/2022
05/03/2022

Pubjaruni bifaram jama masjid waz mahfil

04/03/2022

Maulana ali ahmed new english waz😃 ll 2k22

04/03/2022

হুজুৰেৰ অৱস্থা ছোৱা, ওৱাজত হিন্দি গান

03/03/2022

ইন্নালিল্লাহি ওৱাইন্না ইলাইহি ৰাজীউন🥺
দাৰুল উলুম মেতিগাও মাদ্রাসাৰ জেষ্ঠ শিক্ষক
হজৰত মাওলানা আবদুচ চুবহান (ইছলাম নগৰী হুজুৰ) আজি আমাৰ পৰা বিদায় ললে।
আল্লাহ পাকে তেওক জান্নাতৰ সৰ্ব্বোচ্চ মকাম দান কৰক আমিন।
আজি তেওৰ জানাজাৰ শেষ মুহূর্ত।

03/03/2022

How media show's Islam...

02/03/2022

Khatme bukhari at darul hadith jaynagar madrassa.. 2022

Message of Islam updated their phone number. 02/03/2022

Message of Islam updated their phone number.

Message of Islam updated their phone number.

02/03/2022

পূৱ জাৰুণী জাতীয় বিদ্যালয়ৰ ২০২২ বৰ্ষৰ দশম শ্ৰেণীৰ বিদায়ী সভাত‌ জনাব বদৰুল ইছলাম চাহাবে এক গজল পৰিবেশন কৰে ।

02/03/2022

🤲🤲🤲

02/03/2022

Allah tumi doyar sagar ❤️❤️

01/03/2022

ইন্নালিল্লাহ মদিনা শ্বৰিফে আগ্গুন। 🥺 আবাৰ কয়েক ছেকেণ্ড পৰে নিবে গেছে

01/03/2022

Mashallah sister..

28/02/2022

ভাইৰেল এজন অসমৰ মৌলানা।।

28/02/2022

Ali Ahmed new waz.

27/02/2022
27/02/2022

BADARPUR bukharii 2022

25/02/2022

Jameen aur asman kaa malik ek hain...
Jise main sajdah karta hoon wo mera rab hain....

25/02/2022

Fura'at river todays condition.,.😭

24/02/2022

The effect of Quran in your heart

23/02/2022

In a masjid..... Allahuakbar

31/05/2021

##বিবাহ_আৰু_তাৰ_উপকাৰীতা##
#প্ৰতিটি অবিবাহিত যুৱক আৰু যুৱতী এজন আনজনৰ প্ৰয়োজন
আৰু এইটো এটা প্ৰাকৃতিক প্ৰয়োজন,
সেই কাৰণে আপুনি আপোনাৰ প্ৰাপ্তবয়স্ক ল'ৰা ছোৱালীৰ বাবে বিবাহৰ ব্যৱস্থা কৰক।
👉ক্ষুধা তৃষ্ণাৰ পাচত প্ৰাপ্তবয়স্ক তৃতীয় ডাঙৰ প্ৰয়োজন হ'ল যৌন সন্তষ্টি আৰু যেতিয়া কোনো বৈধ‌ উপায় নাপায় তেতিয়া ল'ৰা ছোৱালী বোৰ পাপ আৰু মানসিক অসুস্থতাৰ শিকাৰ হয়।
👉 দুৰ্ভাগ্যক্ৰমে মাদ্ৰাছা, বিশ্ববিদ্যালয় সমূহত ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীয়ে বিয়া নোহোৱাকৈ শিক্ষা গ্ৰহণ কৰি আছে, আৰু মা, দেউতাকে তেওঁলোকৰ বিবাহৰ কথা চিন্তা নকৰে।
👉 মানুহৰ যৌন চাহিদাৰ একমাত্ৰ সন্মানজনক সমাধান হ'ল বিবাহ।
আৰু যদি বিবাহক অতি মাত্ৰা সহজ কৰি দিয়া নহয় তেন্তে অবৈধ সম্পৰ্ক অৰ্থাৎ জিনা আমা হৈ যাব।
👉 আপোনাৰ ছোৱালীৰ মাথাত দুপট্টা দিয়াৰ উদ্দেশ্য তেতিয়া পুৰণ হ'ব যেতিয়া তাইৰ বিবাহ ঠিক সময়ত হ'ব।
👉 মহান আল্লাহ বিবাহক সকলো সামাজিক কৰ্মৰ মাজত অতি সহজ কৰি তুলিছে।
👉 বিবাহ হ'ল মানুহ জীৱনৰ এটা পন্থা
আৰু বিবাহ ব্যতীত মানুহে সম্পৰ্ক গঢ়ি তুলিব নোৱাৰে।
আৰু যদি কোনোবা বিবাহ ব্যতীত সম্পৰ্ক গঢ়ে সেই সম্পৰ্কক অবৈধ বুলি গণ্য কৰা হয়।
👉 মা দেউতাকৰ উচিত হ'ল ল'ৰা ছোৱালীৰ প্ৰতি দয়া কৰা আৰু ঠিক সময়ত বিবাহৰ ব্যৱস্থা কৰা।
👉 এই পোষ্ট টো কোনো বেয়া পোষ্ট নহয় ,এই পোষ্ট টো হ'ল এক বাস্তৱতা যিটো প্ৰত্যেক পিতা মাতাৰ কাৰণে অতিকৈ প্ৰয়োজনীয়।
অনৈতিকতা ৰোধ কৰক । 👉আপোনালোকৰ সন্তানক পাপৰ পৰা ৰক্ষা কৰাৰ এক উপায়।

✍️ মৌলানা আব্দুল ৰোফ

বিঃদ্ৰ শ্বেয়াৰ আৰু কপি কৰাত কোনো বাধা নাই
ছোৱাবৰ নিয়তে সকলোৱে শ্বেয়াৰ কৰক

Videos (show all)

Location

Category

Telephone

Address


Gauhati

Other Education in Gauhati (show all)
Youth For Environment Youth For Environment
Gauhati, 781039

It is an initiative of the Department of Civil Engineering and Center for Environment, IIT Guwahati which aims at protecting the environment with the help of the youth of the nation. This initiative brings together students from schools and colleges.

Department of Business Administration - PKC Department of Business Administration - PKC
Baihata Chariali - Goreswar Road
Gauhati, 781381

Institute of Mass Communication & Media Studies,Guwahati Institute of Mass Communication & Media Studies,Guwahati
R.G.B Road, 5th Bye Lane East
Gauhati, 781021

Mass Communication has emerged as a major area of interest and has immensely contributed to the development & empowerment of society.Institute of Mass Communication & Media Studies,Guwahati part to development & empowerment of society.

Aakash Educational Services Limited Aakash Educational Services Limited
Dr Tarun CH Das Commercial Complex, Commercial Block C, Dharapur, Above Indian Bank
Gauhati, 781014

Dakshin Kamrup Computer Center Dakshin Kamrup Computer Center
LOHARGHAT
Gauhati, 781120

Computer Education

Hostel-2, AEC Hostel-2, AEC
Assam Engineering College Road
Gauhati, 781013

This is the offical page of Hostel-2, Assam Engineering College. Hostel-2, AEC was established in 1958. The moto of the hostel is 'Attitude Determines Altitude'.

Webotapp Academy Webotapp Academy
House No-15, 2nd By-lane, Sapta Sahid Path, Down Town, Guwahati, Assam 781006
Gauhati, 781006

WebotApp Academy is a professional digital marketing, Website designing, website development and computer training institute in Guwahati....

Desire career institute for APSC, UPSC Desire career institute for APSC, UPSC
STANDARD CHARTERED BUILDING 3RD FLOOR GNB ROAD OPPOSITE RABINDRA BHAVAN, NEAR GU
Gauhati, 781001

This is a golden age for career education .We at Desire Career Institute aim to provide value based knowledge to our students .We are happy to be working with you to make sure that you are given true knowledge to face challenges in your career .

Assam Knowledge Assam Knowledge
Gauhati

This page will provide you all the govt exam related metarials,MCQ, Current affairs, Previous year question papers etc.

Asian Teachers Training Institute Asian Teachers Training Institute
Gauhati, 781011

This page is meant for training purpose of Montessori Teachers.

Udayan Borthakur Udayan Borthakur
Gauhati, 781028

Official page of Udayan Borthakur, wildlife biologist and nature and wildlife photographer