
#2025
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Nowgong college AASU unit, College & University, Dubai.
#2025
আজি "শিল্পী দিৱস" ৰ বিশেষ ক্ষণত তেখেতক সশ্ৰদ্ধ স্মৰণ কৰিছোঁ ।।
*নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ) আছু গোটৰ* তৰফৰ পৰা নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী সন্মানীয় *ড° ৰঞ্জিত মজিন্দাৰ* ছাৰক আজি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। আগন্তুক দিনত ছাৰৰ বলিষ্ঠ আৰু সৱল নেতৃত্বত মহাবিদ্যালয়খন আগুৱাই যাব বুলি আমি সকলো দৃঢ় বিশ্বাসী।
জয়তু নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)
।। নগাঁও মহাবিদ্যালয় আছু গোট ।।
অসমৰ উচ্চ শিক্ষাৰ অগ্রণী শিক্ষানুষ্ঠান সমূহৰ অন্যতম তথা বৃহত্তৰ মধ্য অসমৰ শিক্ষাৰ প্রাণকেন্দ্র লগতে গৌৰৱোজ্জ্বল ইতিহাসৰ চানেকি মহাৰজত জয়ন্তী বর্ষ গৰকা *নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ত* ২০১২ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৩ চনৰ ৩১ ডিচেম্বৰলৈ সুদীর্ঘ ১২ বছৰে অধ্যক্ষৰ আসন অলংকৃত কৰা *ড° শৰৎ বৰকটকী* ছাৰৰ বিদায় সভা সাৰোগত কৰি *নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ) আছু গোটৰ* তৰফৰ পৰা ছাৰলৈ এখনি ফুলাম গামোচা, এখনি চেলেং আৰু এখন বিদায় পত্ৰৰ জৰিয়তে গভীৰ শ্ৰদ্ধা-ভক্তি নিবেদিছোঁ ।।